-->
How To upload Blogger Theme . Complete Details in Assamese

How To upload Blogger Theme . Complete Details in Assamese

We discussed here How to upload blogger theme, How to Upload blog theme from mobile , complete details. আজি আমি শিকিম যে কেনেকৈ ব্লগ ৱেবছাইটৰ ডিজাইন সলনি কৰিব পৰা যায় আৰু কেনেকৈ সকলো খিনি মেনেজ কৰিব পৰা যায় |

যদি আপুনি আমাৰ assamsupport.com blogging Assamese serious টো follow কৰি আহিছে তেন্তে এইটো 4 নং পষ্ট হয় আৰু যদি আপুনি নতুন হয় আৰু ফ্ৰি ব্লগ ৱেবচাইট বনাব বিচাৰে তেন্তে চাই লব পাৰে |

তেন্তে আহক অনতিপলমে আৰম্ভ কৰো আজিৰ এই পষ্ট টো :-

Also Read This


How to upload the blogger theme from mobile. 

ব্লগাৰ ব্লগৰ design সলনি কৰিবলৈ প্ৰথমতে আমি নিজৰ পছন্দৰ এটা নিৰ্দিষ্ট THEME বিচাৰি উলিয়াব লাগিব | আপুনি Goyabi Themplete ৰ পৰা  যিকোনো theme বাছিব পাৰে ইয়াত আপুনি যিকোনো Free বা Paid theme পাই যাব | যদি আপুনি কিনি লৈ ব্যৱহাৰ কৰিব বিচাৰে তেন্তে আপুনি এই THEME টো কিনি লৈ ব্যৱহাৰ কৰিব পৰে | 
আপুনি GOOGLE ত ও search কৰি যিকোনো BLOGGER THEME Download কৰিব পাৰিব | 

নিজৰ পছন্দৰ যিকোনো এটা Theme Download কৰি লব | মনত ৰাখিব যিকোনো theme Download কৰিলে এটা zip file download হয় | 

তাৰ পাছত আমি এই Zip file টো Extrect কৰি XML file লৈ সলনি কৰিব লাগিব | যদি আপোনাৰ ওচৰত এটা LAPTOP বা COMPUTER আছে তেতিয়া আপুনি সহজতে Extrect কৰিব পাৰিব অথবা যদি আপোনাৰ laptop computer নাই তেন্তে মোবাইলৰ পৰা কৰোতে বহুতো অসুবিধাৰ সন্মুখীন হব লাগিব | 

Extrect কৰা পাছত আমি  XML File টো open. কৰিলে কেইটামান বেলেগ বেলেগ file দেখিবলৈ পাম | 

কেইটামান বিশেষ ব্লগাৰ theme দি দিয়া হৈছে যিবোৰ ইচ্ছা কৰিলে ব্যৱহাৰ কৰিব পাৰিব |এই theme কেইটা একেবাৰে সহজতে customize কৰিব পৰা যায় কোনো ধৰণৰ html coding নকৰাকৈ | 
আজি মই আপোনালোকলৈ News Plus Blogger theme ব্যৱহাৰ কৰি দেখুৱাম আপুনি ইচ্ছা কৰিলে যিকোনো theme ব্যৱহাৰ কৰিব পাৰিব |

How to upload News Plus Blogger Theme in Assamese.

প্ৰথমতে আমি News plus Blogger theme টো মই দি থোৱা লিংক টো পৰা download কৰি লব লাগিব |

তাৰ পাছত zip file টো xml file লৈ extrect কৰি লব লাগিব | যদি আপুনি laptop computer 💻 ব্যৱহাৰ কৰে  তেন্তে সহজতে হৈ যাব | আৰু যদি আপোনাৰ laptop নাই তেতিয়া  আপুনি Win Zip নামৰ Apk টো Download কৰি লব লাগিব | তাৰ পাছত সেই Apk টোত zip file টো xml file লৈ convert কৰি লব লাগিব|


তাৰ পাছত আমি Blogger Dashboard open কৰি লব লাগিব | আৰু Theme option টোত ক্লিক কৰিব লাগিব |
How to upload the blogger theme from mobile.


How to upload the blogger theme from mobile.
How to upload the blogger theme from mobile.


How to upload the blogger theme from mobile.

How to upload the blogger theme from mobile.

তাৰ পাছত আমি ওপৰত দেখিবলৈ পোৱা Backup /Restore option টোত ক্লিক কৰি choose file option টোত ক্লিক কৰিব লাগিব | এতিয়া আমি আমাৰ মোবাইলৰ বা কম্পিউটাৰৰ যি ফাইলটোত save কৰি থৈছিলো sellect কৰি লব লাগিব | তাৰ পাছত upload option টোত ক্লিক কৰিলে আমাৰ ব্লগৰ theme টো  সলনি হৈ যাব | ( বেলেগ বেলেগ মবাইল কম্পিউটাৰ ত  file সমূহ বেলেগ বেলেগ কৈ দেখাব পাৰে )
আৰু যদি আমাৰ theme টো upload নহয় তেতিয়া আমি ইয়াক বেলেগ পদ্ধতি অৱলম্বন কৰিব লাগিব |( কিছুমান theme এনেকৈ upload কৰিব পৰা নাযায় ) 

 ওপৰত দেখুওৱাৰ দৰে যদি আমাৰ theme টো upload নহয় তেতিয়া আমি  WinZip Apk টো খুলি লব লাগিব আৰু 



How to upload the blogger theme from mobile.

How to upload the blogger theme from mobile.

Blogger Dashboard ৰ Theme ত গৈ Edit Theme option ত ক্লিক কৰিব আৰু যদি মোবাইলৰ পৰা কৰে তেন্তে আগত Browser ত desktop SDite open কৰি লব নহলে আপোনাৰ মোবাইল টো Hang হৈ যাব পাৰে|
এতিয়া আমি গোটেই html coding খিনি Sellect All কৰি Cut কৰি খালি কৰি লব | যদি আপোনাৰ মোবাইলৰ Keyboard ত Cut option নাই তেতিয়া ভাল Keyboard Apk এটা Download কৰি লব |   আৰু এটা Apk download কৰিব লাগিব যাৰ নাম হৈছে Quick Edit   .  Quick Edit Apk Download .

আমি প্ৰথমে winzip ত গৈ .xml file টো selecte কৰি লব লাগিব তাৰ পাছত ওপৰত দেখিবলৈ পোৱা 3 dot ত ক্লিক কৰি open in option ত ক্লিক কৰিব লাগিব তাৰ পাছত আমি Quick Edit Apk টো sellect কৰিব লাগিব |
How to upload the blogger theme from mobile.


 sellect কৰা লগে লগে  আমাৰ Quick Edit Apk Open হব আৰু html ৰ coding খিনি খুল খাব | এতিয়া আমি html coding খিনি sellect All কৰি ওপৰৰ photo টোত দেখুওৱাৰ দৰে Copy option টোত ক্লিক কৰি Copy কৰি লব |

আৰু Blogger Dashboard ত খালি কৰি থোৱা theme html box টোত paste কৰি দিব |

আৰু Save Theme option ত ক্লিক কৰি দিব এতিয়া অলপ সময় saving দেখুৱাব আৰু saved হৈ যাব | এতিয়া আমি Back আহিলে দেখা পাম যে আমাৰ blog theme টো সম্পূৰ্ণকৈ upload হৈ গৈছে |


How to upload News plus blogger theme from mobile.
আৰু যদি এতিয়া আমি আমাৰ ব্লগ টো open কৰি চাওঁ তেতিয়া আমি ভালদৰে দেখা পাম আমি upload কৰা theme টো |

যদি আপুনি ইচ্ছা কৰে তেনেহলে মই বনোৱা মানে upload কৰা theme টোৰ ব্লগ টো চাবলৈ -https://assamsupportpvtltd.blogspot.com

প্ৰথমে আপুনি প্ৰ্থম ব্যবস্থা টো অৱলম্বন কৰিব তাৰ পাছত হে দ্বিতীয় ব্যৱস্থাটো | এই সকলোবোৰ কাম কৰোতেে  অলপ ধৈয্য ৰাখি লাহে লাহে কৰিব |

মই এই News Plus Theme টো এই কাৰনেই লৈছো যে এই Theme টো একেবাৰে সহজে Customize কৰিব পৰা যায় কোনো ধৰণৰ Coding নকৰাকৈ | লগতে এই theme টো মোবাইলত মোবাইলৰ আকৃতিৰ লগতে কম্পিউটাৰত বেলেগ আকৃতিৰ আৰু Teblet,  বেলেগ বেলেগ Device ত  বেলেগ বেলেগ আকৃতিৰ দৰে দেখিবলৈ পোৱা যায় | এনেকুৱা আৰু কেইটামান Theme আছে যিকেইটাৰ লিংক ওপৰত দি থোৱা আছে ইচ্ছা কৰিলে সেই কেইটাও ব্যৱহাৰ কৰি চাব পাৰে |

আপোনাৰ ব্লগত অতিকমেও  10-20 টা পষ্ট লিখা পাছতহে theme ব্যৱহাৰ কৰক | তেতিয়াহে Theme ৰ setting খিনি  ভালদৰে বুজি পাব |



Conclution :-  মই যিমান পাৰিছো সিমান সহজভাবে এই পষ্ট টো লিখিবলৈ  চেচ্টা কৰিলো যদিও.   কিবা  বুুুজিব অসুুুবিধা হলে comment ত সুুধিব পাৰে|ইয়াৰ পাছৰ পষ্ট তোত  News Plus blogger theme টোৰ customize কেনেকৈ কৰা হয় তাৰ বিষয়েে জানিম | সেয়েহে আপুনি আমাৰ ব্লগৰ Nothification Allow কৰি লওঁক আৰু মাজে সময়ে আমাৰ ব্লগ টোলৈ লৈ visit কৰি থাকিবলৈ নাপাাহৰিব | আৰু Facebook What's App ৰ লগতে অন্য social media তো share কৰিব নাপাহৰিব|

Also read this:-

0 Response to "How To upload Blogger Theme . Complete Details in Assamese"

Post a Comment

Top Ads

Middle Article Ads

Middle Article Ads

Bottom Article Ads