▶️ About Us
হে বন্ধুসকল আপোনালোকক স্বাগতম জনাও আমাৰ এই ৱেবচাইটৰ তথা ব্লগ Asassam.blogspot.CoM লৈ | আপোনালোকক জনাব পাই সুখী হৈছোঁ যে আমাৰ এই ৱেবচাইট তথা ব্লগ ত আপোনালোকে একদম সহজ সৰল অসমীয়া ভাষাত ইন্টাৰনেটৰ সকলো ধৰণৰ কথা লগতে মাজে সময়ে কিছুমান জমনি ওঁ এই ৱেবচাইট তথা ব্লগত পাৱলিস কৰি যাম যাতে আপোনালোকে অলপ জ্ঞানৰ লগতে হাঁহি ধেমালিও কৰি যাব পাৰে | ইয়াত আমি কিছুমান ট্ৰিক্স Tricks, অনলাইন উপাৰ্জন online Earning, কি কেনেকৈ কিয়, কিছুমান জানিবলগীয়া কথা, ইন্টাৰনেটৰ সবিশেষৰ লগতে আৰু বহুতো জানিবলগীয়া বুজিবলগীয়া দৰকাৰী, প্ৰয়োজনীয়, কিছুমান সবিশেষ আমি এই ৱেবচাইটৰ জৰিয়তে আপোনালোকলৈ লৈ আহিবলৈ চেষ্টা কৰিছো আৰু আগলৈও আনিবলৈ চেষ্টা কৰিম |
বৰ্তমান সময়ত ইন্টাৰনেট ত অসমীয়া ভাষাত কোনো ধৰণৰ তথ্য পোৱা নাযায় বা অতি কম পৰিমাণৰ হে পোৱা যায় | সকলো অসমীয়াই English বুজি নাপায় সেয়েহে মই এই ব্লগ ৱেবচাইটত অসমীয়া ভাষাত পষ্টবোৰ publish কৰিম | যদি আপোনালোকে সহায় কৰে তেন্তে আমি আৰু আগুৱাই যাব পাৰিম |
যদি আপুনি ও অনলাইনৰ পৰা উপাৰ্জন কৰিম বুলি ভাবে তেন্তে আপুনিও এটা ব্লগ বনাব পাৰে ইংৰাজী ভাষাত বনালে বেছিকৈ উপাৰ্জন কৰিব পৰা যায় কিন্তু মই কম যে অসমীয়া ভাষাত বনাব যাতে অসমীয়া ভাষাটো Google ৰ লগতে ইন্টাৰনেট ত এটা ভাল স্থান লাভ কৰিব পাৰে |
আশা কৰিলো ভাল দৰে বুজি পালে "ধন্যবাদ "

0 Response to "▶️ About Us "
Post a Comment