what is Affiliate Marketing and how to start Learn in Assamese
Hey Guys Welcome to the ASSAMSUPPPRT.COM in this article we going to discuss what is Affiliate marketing and how to start| Affiliate Marketing কি আৰু কেনেকৈ কৰা হয় |
আজিৰ দিনত Technology ৰ লগতে পইচা উপাৰ্জন কৰাৰ পদ্ধতিও বাঢ়িব ধৰিছে | এতিয়া আপুনি internet ৰ সহায়ত ঘৰতে বহি পইচা উপাৰ্জন কৰিব পাৰিব| এতিয়াও বহুতে internet ৰ পৰা পইচা উপাৰ্জন কৰাৰ কথা নাজানে | আৰু বহুতে ভাবে যে internet ৰ পৰা পইচা উপাৰ্জন কৰিব পৰা নাযায় | আৰু কিছুমানে এইটো ভাৱে যে internet ৰ পৰা উপাৰ্জন কৰিব পৰা যায় কিন্তু ইমান এটা কৰিব পৰা নাযায়| যিয়ে internetৰ পৰা উপাৰ্জন কৰি পাইচে তেওঁহে জানে যে internet ৰ পৰা উপাৰ্জন কৰিব পৰা যায় নে নাযায় বা কিমান উপাৰ্জন কৰিব পৰা যায় |
সেইয়েহে মই আজি আপোনালোকক afffiliate Marketing ৰ কথা কম যৰ পৰা আপুনি হাজাৰ নহয় লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিব|
অনলাইন উপাৰ্জন কৰাৰ বহুতো পদ্ধতি আছে যিকেইটাৰ বিষয়ে মই ASSAMSUPPORT.COM ত লৈ আহিবলৈ চেষ্টা কৰিম কিন্তু Affiliate marketing ৰ দৰে ইয়াৰ সমান পইচা উপাৰ্জন কৰিব পৰা বেলেগ কোনো উপায় নাই | আৰু এইটো সম্পূৰ্ণ সচা হয় | বহুতে ইয়াৰ পৰা লাখ লাখ টকা উপাৰ্জনকৰিবলৈ সক্ষম হৈছে |
Affiliate marketing একেবাৰে সহজ পদ্ধতি অনলাইন উপাৰ্জন কৰিবলৈ কাৰণ ইয়াৰ ব্যৱহাৰ যিকোনো internet উপয়োগকাৰীয়ে কৰিব পাৰে |
blogger ৰ কাৰনেও affiliate marketing এটা ভাল option যাৰ ব্লগ ৱেবছাইটত Google Adsense য়ে Approved নিদিয়ে সেই ব্লগ টোত Affiliate marketing ৰ অতি সহজে ব্যবহাৰ কৰিব পৰা যায় |
যিয়ে Affiliate Marketing ব্যৱহাৰ কৰে তেওঁলোকে ইয়াক Google Adsense ত কৈয়ো ভাল মানে কাৰণ ইয়াৰ পৰা Google Adsense ত কৈয়ো বেছি পৰিমাণৰ উপাৰ্জন হয় |

what is Affiliate Marketing : Affiliate Marketing কি ?
অনলাইন সামগ্ৰী বিক্ৰী কৰা কোম্পানীবোৰে Affiliate program চলায় | Amazon, Flipkart, Ebay, Snapdeal, Paytm etc এইবোৰৰ Affiliate Program ত Join কৰি যিকোনো ব্যক্তিয়ে সেই কোম্পানীৰ সামগ্ৰী বিক্ৰী কৰিব পাৰে| যাৰ ফলত তেওঁ কমিছন পায় | এই কমিছন বেলেগ বেলেগ বস্তুৰ বেলেগ বেলেগ হয় | এই পদ্ধতিটোকে Affiliate marketing বুলি কোৱা হয় |
আজি যিয়েই ক্ৰয় কৰিব বিচাৰো আমাৰ ওচৰত দুটা option থাকে online আৰু offline. আজিৰ সময়ত online shopping কৰা টো বাঢ়িব ধৰিছে |
যি কোম্পানীয়ে নিজৰ Business টো online বঢ়াব বিচাৰে সেই কোম্পানীবোৰে Affiliate Program চলায় |কাৰণ সেই কোম্পানীটোৱে সামগ্ৰীবোৰ বেছিতকে বেছি বিক্ৰী কৰিব বিচাৰে| সেইকাৰণে তেওঁলোকে affiliate program ৰ জৰিয়তে coustomer বঢ়ায় | আৰু তেওঁলোকৰ দ্বাৰা বিক্ৰী হোৱা সামগ্ৰীৰ কমিছন দিয়ে |
How Does Affiliate Marketing Work : Affiliate marketing কাম কেনেকৈ কৰে
যিকোনো ধৰণৰ অনলাইন Shopping Platform যেনে AMAZON, FLIPKART, PAYTM, ৰ Affiliate কৰিব পৰা যায় | সকলো Online Shopping platform ত Affiliate program আছে যিকোনো plateform ত গৈ Affiliate Acount বনাই Affiliate কৰিব পৰা যায় |
Affiliate Program হৈছে এটা এনেকুৱা পদ্ধতি য'ত আমি online shopping platform ৰ যিকোনো সামগ্ৰী ৰ Affiliate link বনাই Share কৰিব লাগে আৰু যেতিয়া কোনো লোকে সেই লিংকৰ পৰা সামগ্ৰীতো ক্ৰয় কৰে তেতিয়া আমাক সেই সামগ্ৰীটোৰ (Commission) কমিছন দিয়ে |
ধৰি লওক আপুনি এটা মোবাইলৰ Affiliate লিংক বনালে যাৰ দাম হয় ₹30,000 টকা আৰু সেই মোবাইলটোৰ কমিছন 5%. আপুনি সেই লিংক টো যিকোনো social media platform (Facebook, What's app, Instagram, Twitter) ত বা YouTube channelত share কৰিলে |
যেতিয়া কোনো লোকে আপোনাৰ Affiliate লিংকৰ পৰা সেই মোবাইল ফোনটো ক্ৰয় কৰিব তেতিয়া আপোনাক সেই মোবাইলটোৰ কমিছন টো দি দিয়া হব | ₹30,000 টকাৰ 5% ৰ হিচাপত আপোনাৰ কমিছন হব ₹1,500 টকা | ঠিক সেইদৰে আপুনি যিকোনো সামগ্ৰীৰেই Affiliate কৰিব পাৰে আৰু ইয়াৰ পৰা যথেষ্ট পৰিমাণৰ পইচা উপাৰ্জন কৰিব পাৰিব |
যদি কোনোবাই আপোনাৰ লিংকৰ পৰা গৈ মোবাইল টো চালে তেওঁ সেই মোবাইল টো ভাল নাপালে আৰু সেই সময়তেই তেওঁ বেলেগ কোনো বস্তু ক্ৰয় কৰিলে তেতিয়াও আপোনাক সেই বস্তুটোৰ যিটো তেওঁ order দিলে তাৰ কমিছন যিমান হয় দি দিয়া হব |
ঠিক তেনেদৰে কোনো লোকে আপোনাৰ Affiliate লিংকৰ পৰা গৈ বস্তুটো চালে কিন্তু order নিদিলে যদি 24 ঘন্টাৰ ভিতৰত তেও বস্তুটো order দিয়ে তেতিয়াও আপোনাক সেই বস্তুটোৰ কমিছন যিমান হয় দি দিয়া হব |
তাৰওপৰি তেওঁ যদি বেলেগ কোনো বস্তু আপোনাৰ Affiliate লিংকৰ পৰা যোৱা 24ঘন্টাৰ ভিতৰত order দিয়ে তেতিয়াও আপোনাক সেই বস্তুটোৰ কমিছন দি দিয়া হব |
এইদৰে AFFILIATE MARKETING য়ে কাম কৰে আৰু ইয়াৰ পৰা যথেষ্ট পৰিমাণৰ পইচা উপাৰ্জন কৰিব পৰা যায়|
ASSAMSUPPORT.COM ত মই আপোনালোকৰ বাবে Online, internet, technology, Earning ৰ লগত জড়িত নতুন নতুন জানিবলগীয়া Articles লৈ আহো | যদিহে আপুনি এতিয়া লৈকে আমাৰ ৱেবচাইটোৰ Nothification Allow কৰা নাই তেন্তে কৰি লওঁক যাতে আপুনি নতুন নতুন পষ্টৰ Nothification পাই যাব |
Conclusion:- এই পষ্ট টোৰ জৰিয়তেে মই আপোনালোকক একেবাৰে সহজ সৰল অসমীয়া ভাষাত affiliate marketing কি আৰু কেনেকৈ কাম কৰে বুজাবলৈ চেষ্টা কৰিলো | যদি কিবা বুজি পোৱাত অসুবিধা পালে তেন্ত কমেন্টত সুুুুধিব. লগতে . কিবা ভূল হৈছে বুুলি ভাৱে তেন্তে ক্ষমা কৰিিব লগতে কি ভুল হৈছে জনায় দিব | ধন্যবাদ
Read More:-
Read More:-
0 Response to "what is Affiliate Marketing and how to start Learn in Assamese "
Post a Comment