-->
Some information on ATM card in Assamese - Assam Support

Some information on ATM card in Assamese - Assam Support

"Some information on ATM card"

What is ATM Card

ATM Card হৈছে বেংকৰ ফালৰ পৰা প্ৰদান কৰা এটা plastic card,  এই Card টোৰ ভিতৰত আপোনাৰ বেংক account ৰ সকলোখিনি তথ্য মজুত থাকে উদাহৰণ স্বৰুপে Mobile SIM card খনক ধৰি লব পৰা যায়|SIM card ত যেনেকৈ আপোনাৰ নম্বৰ তথ্য আদি থাকে ঠিক সেইদৰে আপোনাৰ bank account ৰ সকলো তথ্য আপোনাৰ ATM Card খনত মজুত থাকে | আপোনাৰ একাউণ্টৰ সকলো তথ্য অনুসৰি এটা ATM card বনোৱা হয় আৰু আপোনাক দিয়া হয় যাতে আপুনি সহজতে আপোনাৰ বেংক একাউণ্টৰ পৰা লেনদেন কৰিব পাৰে৷ 

Types Of ATM Card

ATM card কেইবা প্ৰকাৰৰ আছে আৰু প্ৰত্যেকটোৰ কাম বেলেগ বেলেগ ধৰণৰ | আপোনাৰ প্ৰয়োজন সাপেক্ষে যিকোনো Types ৰ ATM card Apply কৰিব পাৰে | 

দুই প্ৰকাৰৰ ATM Card দেখিবলৈ পোৱা যায়- 
  • 1. debit card, 
  • 2. credit card.

Debit Card 

debit card হৈছে ATM card ৰ এটা ভাগ যিটোৰ দ্বাৰা আপুনি ATM machine ৰ পৰা নগদ ধন ওলিয়াই আনিব পাৰে আৰু ইয়াৰ দ্বাৰা আপুনি online payment কৰিব পাৰে সেয়েহে ইয়াক Debit Card লগতে Shopping Card বুলিও কোৱা হয়| debit card ৰ দ্বাৰা transaction কৰিলে যিমন টকাৰ transaction কৰা হয় সিমান টকা আপোনাৰ বেংক একাউণ্টৰ পৰা কাটি লোৱা হয় আৰু আপুনি যাক payment কৰিলে তেওঁৰ একাউণ্টত সেই টকাখিনি credit কৰি দিয়া হয় |

এতিয়া বেংকে তেওঁলোকৰ গ্ৰাহকক প্ৰদান কৰা কাৰ্ডবোৰ হৈছে debit card. 

যিকোনো বেংকে তেওঁলোকৰ প্ৰতিটো গ্ৰাহককে এই debit card ৰ সুবিধা প্ৰদান কৰে|

Credit card

credit card হৈছে ATM card ৰ এটা ভাগ কিন্তু ই Desbit card ত কে সম্পূৰ্ণ বেলেগ | credit কাৰ্ডৰ সহায়ত আপুনি আপোনাৰ বেংক একাউণ্টত পইচা নহলেও যিকোনো ধৰণৰ payment কৰিব পাৰিব | credit card ৰে payment কৰিলে টকাখিনি আপোনাৰ একাউণ্টৰ পৰা কাটি লোৱা নহয় | ইয়াৰ পৰা Payment কৰা টকা খিনি বেংকে আদায় কৰে কিন্তু আপোনাৰ নামত বেংকৰ ফালৰ পৰা সেই টকাখিনি ধাৰ হিচাপে থাকি যায় | আপোনাক বেংকে cradit card ৰ দ্বাৰা টকা ধাৰ দিয়ে | আৰু আপুনি ধাৰ  লোৱা টকা বেংকক এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত আদায় কৰিব লাগে আৰু কিছু শতাংশ সুত হিচাপে দিব লাগিব |

credit card ৰ সহায়ত আপুনি যিকোনো ধৰণৰ transaction কৰিব পাৰিব কিন্তু cash withdraw কৰিব পৰা নোৱাৰে | 

Credit card bank ৰ ফালৰ পৰাই প্ৰদান কৰা হয় কিন্তু এই কাৰ্ড বেংকৰ সকলো গ্ৰাহকক দিয়া নহয় | 

Name of ATM Card 

ATM Card বেংকে নবনায় | ATM card বেলেগ কোম্পানীয়ে বনায় আৰু বেংকে সেই কোম্পানীৰ হৈতে লগ হৈ গ্ৰাহকক ATM card প্ৰদান কৰে |

আপোনাৰ card খন ওলিয়াই লৈ চালে দেখা পাব যে কাৰ্ড খনত তলৰ কোনোবা এটা কোম্পানীৰ নাম দেখা পাব | মানে আপোনাৰ কাৰ্ডখন সেই কোম্পানীটোৰ দ্বাৰা বনোৱা হৈছে | আৰু সেই কোম্পানীটোৰ সৈতে মিলি আপোনাৰ বেংকে আপোনাক কাৰ্ডখন প্ৰদান কৰিছে |
  • visa card
  • master card
  • Rupay card আদি 

Visa আৰু Master card :- 

visa আৰু Master card হৈছে international company য়ে বনোৱা এটা কাৰ্ড যিটোৰ কাৰ্ড ব্যৱহাৰ কৰিলে আপোনি India ৰ ভিতৰৰ সকলো transaction ৰ লগতে international transaction মানে india ৰ বাহিৰৰ transaction য়ো কৰিব পাৰিব | 

কিন্তু এই কাৰ্ড টোৰ ও দুটা ভাগ আছে এটা Domestic আৰু আনটো Global বা International 

Rupay card :-

Rupay card indian company য়ে বনোৱা এটা কাৰ্ড যিটোৰ ব্যৱহাৰ আপুনি কেৱল india ৰ ভিতৰতহে ব্যৱহাৰ কৰিব পাৰিব , এই কাৰ্ড টোৰ কোনো ধৰণৰ বেলেগ ভাগ নাই | এই কাৰ্ড টোৰ দ্বাৰা আপুনি india ৰ ভিতৰৰ সকলো খিনি transaction কৰিব পাৰিব কিন্তু ইয়াৰ দ্বাৰা international মানে india ৰ বাহিৰত payment তথা transaction কৰিব পৰা নাযায় |

Global Card :-

Global card মানে international card Visa,  Master Card আদি কাৰ্ড বোৰে international transaction accept কৰে | Global card ব্যৱহাৰ কৰিলে আপুনি international payment কৰিব পাৰিব | 

visa, Master card মানেই Global international card নহয় | আপোনাৰ card খন চালে Global card নে Domestic card দেখিবলৈ পাব | যদি card খনৰ ওপৰত Global বুলি লিখা আছে তেন্তে সেইটো global card ইয়াৰ দ্বাৰা আপুনি international transaction কৰিব পাৰিব |

Domestic Card

আৰু যদি আপনাৰ card খনৰ ওপৰত For Use Only in india বুলি লিখা আছে তেন্তে সেই card খন Domestic card,  ইয়াৰ দ্বাৰা আপুনি কেৱল india ত হে transaction কৰিব পাৰিব |ইয়াৰ দ্বাৰা আপুনি international transaction কৰিব নোৱাৰিব | 

Which card should you take?

আপোনাৰ ব্যবহাৰ আনুসৰি যিকোনো card sellect কৰিব পাৰে | মই আপোনাক কিছুমান কাম আৰু কোনটো কাৰ্ড লব লাগে তাৰ বিষয়ে কম যদিও আপুনি এবাৰ ভাবি চিন্তি কাৰ্ড খন sellect কৰিব |
  • ATM machine, বেংকৰ পৰা পইতা ওলিওৱা সোমোৱা কৰিবলৈ,  Amazon,  Flipkart, paytm আদি indian merchant ত অনলাইন payment কৰিবলৈ -- Rupay card বা domestic visa, master card, 
  • ATM machine, বেংকৰ পৰা পইতা ওলিওৱা সোমোৱা কৰিবলৈ,  Amazon,  Flipkart, paytm আদি indian merchant ত অনলাইন payment কৰিবলৈ লগতে india ৰ বাহিৰৰ online merchant, ATM machine, merchant payment কৰিৰলৈ -- Visa, Master card ৰ Global card টো sellect কৰিব পাৰে |

0 Response to "Some information on ATM card in Assamese - Assam Support"

Post a Comment

Top Ads

Middle Article Ads

Middle Article Ads

Bottom Article Ads