
how to create a free blog | কেনেকৈ এটা ফ্ৰী ব্লগ বনাব ? in Assamese
how to create a free blog. যদি আপুনি এটা নিজৰ ব্লগ বনাব বিচাৰে তেন্তে আমাৰ এই পষ্টটো পঢ়ি আপোনাৰ প্ৰথম ব্লগ একেবাৰে সহজতে বনাব পাৰিব | এই পষ্ট টোত মই আপোনালোকক একেবাৰে free ত এটা simple ব্লগ বনাবলৈ শিকাম | যদি ইচ্ছা কৰে এই ব্লগ টোক আপুনি আগলৈ ডাঙৰ ব্ৰেন্ড লৈও পৰিবৰ্তন কৰিব পাৰিব |
হয় এইটো প্ৰথম পষ্ট হয় কিন্তু ইয়াৰ আগতে এই বিষয়ত এটা পষ্ট দি থোৱা আছে সেইটো পঢ়ি আহাৰ পাছত এই পষ্ট টো সম্পূৰ্ণ কৈ পঢ়িলে আৰু ভালদৰে বুজি পাব read.
তেন্তে আহক অনতিপলমে আৰম্ভ কৰো :---
হয় এইটো প্ৰথম পষ্ট হয় কিন্তু ইয়াৰ আগতে এই বিষয়ত এটা পষ্ট দি থোৱা আছে সেইটো পঢ়ি আহাৰ পাছত এই পষ্ট টো সম্পূৰ্ণ কৈ পঢ়িলে আৰু ভালদৰে বুজি পাব read.
তেন্তে আহক অনতিপলমে আৰম্ভ কৰো :---
How to create a Free Blog : এটা ফ্ৰী ব্লগ কেনেকৈ বনাব পাৰি ?
#1 create a blog
প্ৰথমতে আমি এটা ৱেবচাইট খুলিব লাগিব যাৰ নাম হল Blogger.com আপুনি যিকোনো ৱ browserত চাৰ্চ কৰিলেই হল | তাৰ পাছত আপোনাৰ ওচৰত এনেকুৱা এটা সুন্দৰ পেজ open হব |
![]() |
image #1 |
ইয়াতে দেখিবলৈ পোৱা CREATE NEW BLOG অপচনটোত ক্লিক কৰক| যদি G-Mail account টো sign in কৰা নাই তেন্তে কৰি লওঁক বা অন্য কোনো account ত sign in হৈ আছে তেন্তে সলনি কৰি লওক
তাৰ পাছত আপোনাৰ ওচৰত এনেকুৱা এটা পেজ খুল খাব | প্ৰথমতে ওপৰত দেখিবলৈ পোৱা TITLE ৰ কিনাৰত আপুনি কি নামাৰে ব্লগ বনাব বিচাৰে দি লওঁক|(ধৰি লওক Assam Support )
তাৰ পাছত ADREES ৰ কাষৰ box টোত আপুনি আপোনাৰ ব্লগ টোৰ URL দিব লাগিব ধৰি লওক ASSAMSUPPORT.COM এতিয়া আপুনি ইয়াত ASSAMSUPPORT দি দিব লাগে লগে কাষত এটা ✔️ চিন দেখিবলৈ পাব | যেতিয়া লৈকে আপুনি ✔️ চিনটো দেখা নাপায় তেতিয়া লৈকে আপুনি আপোনাৰ URL মানে Address টো সলনি কৰি থাকিব | (মনত ৰাখিব আপুনাক ASSAMSUPPORT.COM বা যিবিচাবে.com দি দিয়া নহয় | আপুনাক Blogger ৰ ফালৰ পৰা এটা subdomin হে দিয়া হব | যিবিচাৰে.blogspot.com | হে দিয়া হব ) যদি আপুনি যিবিচাৰে.com বা. in বা যিকোনো ধৰণৰ domin বিচাৰে তেতিয়া কিনি লব লাগিব|
তাৰ পাছত তলত দেখুওৱা যিকোনো এটা THEAME বাছি লব আৰু CREATE THEME ত ক্লিক কৰিব |
এতিয়া আপোনাৰ ওচৰত এনেকুৱা এটা পেজ খুল খাব |
এতিয়া আপুনি এটা simple ব্লগ বনাবলৈ সক্ষম হল | ওপৰত দেখিবলৈ পোৱা VIEW BLOG টোত ক্লিক কৰিলে আপোনাৰ ব্লগ টো দেখিবলৈ পাব |
তেন্তে আজিলৈ ইমানতে শেষ কৰো ইয়াৰ পাছৰ খিনিৰ লিংক সমূহ ⬇️
তেন্তে আজিলৈ ইমানতে শেষ কৰো ইয়াৰ পাছৰ খিনিৰ লিংক সমূহ ⬇️
0 Response to " how to create a free blog | কেনেকৈ এটা ফ্ৰী ব্লগ বনাব ? in Assamese"
Post a Comment