-->
How to Write the First Post in Blogger | ব্লগাৰ ব্লগত প্ৰথম পষ্ট কেনেকৈ লিখা হয় | in Assamese.

How to Write the First Post in Blogger | ব্লগাৰ ব্লগত প্ৰথম পষ্ট কেনেকৈ লিখা হয় | in Assamese.

How to write the first post in blogger আজি আমি শিকিম  ব্লগাৰ ব্লগত প্ৰথম পষ্ট কেনেকৈ লিখা হয় |
যদি আপুনি ASSAMSUPPORT.COM ৰ  Blogging Assamese serious টো Follow কৰি আহিছে তেন্তে এইটো 2নং পষ্ট হয় | এতিয়ালৈকে আপুনি এটা সাধাৰণ ব্লগ বনাবলৈ সক্ষম হল | আৰু আজি আমি আমাৰ বিলগ ত প্ৰথমটো পষ্ট লিখিবলৈ প্ৰয়াস কৰিম | তেন্তে আহক অনতিপলমে আৰম্ভ কৰো ~~~


প্ৰথমতে আমি আমাৰ ব্লগটো open কৰি লাগিব | মোৰ গ্লগাৰৰ ডেসবৰ্দ টো মই open কৰি লম আপুনি মাৰ ব্লগ টো visit কৰি চাব পাৰে৷ ASSAMSUPPORTPVTLTD.BLOGSPOT.COM

open কা পাছত আপোনাৰ ওচৰত এনেকুৱা এটা পেজ খুল খাব | ৰঙা ৰংৰ বাকচ টোত দেখিবলৈ পোৱা খিনিত সকলোবোৰ প্ৰয়োজনীয় ব্যৱস্থা আছে যিখিনিৰ্ ভিতৰত আজি আমি প্ৰথমতে থকা POSTS option টোৰ বিষয়ে কিছু আলোচনা কৰিম যাতে আমি আমাৰ ব্লগত প্ৰথম টো পষ্ট লিখিবলৈ শিকিম | 

এতিয়া আমি পষ্ট option টোত ক্লিক কৰিব লাগিব |এতিয়া আমাৰ ওচৰত posts ৰ তলত All  বুলি এটা option আহিব | আৰু আমাৰ ওচৰত red box ৰ কাষত আৰু কেইটামান options আহিব |
এতিয়া আমি NEW POST option টোত ক্লিক কৰিম আৰু কেইটামান options আছে কিন্তু এতিয়া ইয়াৰ কোনো প্ৰয়োজন নাই | New Post option টোত ক্লিক কৰাৰ পাছত আমাৰ ওচৰত এনেকুৱা এটা পেজ open হব |
how to write the blogger first post in Assamese
এতিয়া আমাৰ ওচৰত এনেকুৱা এটা পেজ আৰু কিছুমান options আহিব | এতিয়া post title options টোত আমি কিহৰ বিষয়ত পষ্ট টো লিখিব বিচাৰো TITLE টো দি লব লাগিব ধৰি লওক আমি How to create a free blog ৰ এটা পষ্ট লিখিব বিচাৰে এতিয়া আমি TITLE টো দি লব লাগিব HOW TO CREATE A BLOG 

তাৰ পাছত FULL POST বুলি দেখিবলৈ পোৱা বাকচ টোত  আমি গোটেই পষ্ট টো লিখিব লাগিব | প্ৰয়োজন হলে ফটো ভিডিঅ ও ইয়াতেই লগাব লাগিব | 

#1 Heading, Subheading, Minor Heading .
প্ৰয়োজন সাপেক্ষে Heading, Subheading, Minor Heading আৰু Normal . কৰি লব লাগিব | 

how to write the blogger first post in Assamese
how to write the blogger first post in Assamese


HEADING, SUBHEADING, MINOR HEADING কৰিবলৈ প্ৰথমতে বাক্য টো Select কৰি লব লাগিব তাৰ পাছত ওপৰত দেখিবলৈ পোৱা Normal option টোত ক্লিক কৰিলে Heading, Subheading, Minor Heading বুলি কেইটামান options আহিব যিটো মন যায় তাত কৰি লব | 

#2 photo, images.
ফটো লগাবলৈ আমি ওপৰত দেখিবলৈ পোৱা Link ৰ কাষৰ photo icon টোত ক্লিক কৰিম  | 
how to write the blogger first post in Assamese
ক্লিক কৰাৰ পাছত আমাৰ ওচৰত এনেকুৱা এটা পেজ অপেন হব |
how to write the blogger first post in Assamese

এতিয়া আমি CHOOSE FILE option টোত ক্লিক কৰিম আৰু মবাইল বা কম্পিউটাৰৰ Memory ৰ পৰা যিকোনো ফটো লই লম | 
how to write the blogger first post in Assamese

how to write the blogger first post in Assamese

how to write the blogger first post in Assamese
তাৰ পাছত ফটো টো select কৰি ADD SELECTED option টোত ক্লিক কৰিলে ফটোটো আমাৰ ব্লগ পষ্ট টোত য'ত লগাব বিচাৰো লগাই লব পাৰিম | এনেদে আমি যিমান মন যায় সিমান ফটো পষ্টৰ মাজত লগাব পাৰিম | 

#3.Link :-
কোনো শব্দক link ত পৰিবৰ্তন কৰিব পৰা যায়  ব্লগ পষ্টৰ মাজত যদি কোনো Articles বা যিকোনো ৰ লিংক যদি Add কৰা হয় তেন্তে সেই article টো rank কৰিবলৈ সক্ষম হয় আৰু লিংত ক্লিক কৰি article টো পঢ়িব পৰা যায় |
link কেনেকৈ ব্যবহাৰ কৰিব পাৰি:-
how to write the blogger first post in Assamese

how to write the blogger first post in Assamese

how to write the blogger first post in Assamese

প্ৰথমতে আমি নিৰ্দিষ্ট শব্দটো sellect কৰি লব লাগিব আৰু ওপৰত দেখিবলৈ পোৱা Link শব্দত ক্লিক কৰিলে এটা বাকচ খোল খাব যত আমি display ত দেখুওৱা টো আৰু লিংক টো দিব লাগিব | এনে কৰিলে সেই শব্দ টোত ক্লিক কৰিলে যি লিংক দিয়া আছে তালৈ যাব পৰা যায় |

#4. Video 
আমি ব্লগ পষ্ট ৰ মাজত যিকোনো YouTube video বা যিকোনো video লগাব পৰা যায় |
video কেনেকৈ ব্যবহাৰ কৰা হয় :-
how to write the blogger first post in Assamese

how to write the blogger first post in Assamese

how to write the blogger first post in Assamese



Conclusion:-
এই ব্লগ পষ্টটোত প্ৰথমটো ব্ল পষ্ট কেনেকৈ লিখিব পৰা যায় সেই বিষয়েআলোচনা কৰা হৈছে যাতে সকলোৱে একেবাৰে সহজে বুজি পায় | আৰু মনত ৰাখিব যে এই পষ্ট টোত কোনো ধৰনৰ Advance পষ্ট লিখিবলৈ শিকোৱা হোৱা নাই | যদি কিবা অসুবিধা পালে. সুধিবলৈ নাপাহৰিব |
Blogging Assamese Serious :-

0 Response to "How to Write the First Post in Blogger | ব্লগাৰ ব্লগত প্ৰথম পষ্ট কেনেকৈ লিখা হয় | in Assamese."

Post a Comment

Top Ads

Middle Article Ads

Middle Article Ads

Bottom Article Ads