-->
How To Customize News Plus Blogger Theme in Assamese

How To Customize News Plus Blogger Theme in Assamese

we discuss this post How to customize News Plus Blogger theme . আজি আমি শিকিম কেনেকৈ News Plus Blogger Theme optimize কৰিব পৰা যায় | News Plus Blogger Theme এটা ভাল Responseive blogger Theme আৰু এই Theme টো অতি সহজে optimize মানে নিজৰ মতে সাল সলনি কৰিব পৰা যায় কোনো ধৰণৰ html coding নকৰাকৈ |

যদি আপুনি আমাৰ assamsupport.com ৰ Blogging Assamese Serious টো Follow কৰি আহিছে তেন্তে এইটো 5 নং পষ্ট হয় আৰু আগৰ 4 নং পষ্টত আমি News Plus blogger theme upload কৰিছিলো | যদি আপুনি এতিয়া লৈকে এই theme টো upload কৰা নাই তেন্তে 4 নং পষ্ট টো চাব পাৰে |

তেন্তে আহক অনতিপলমে আৰম্ভ কৰো :-

How To optimize News Plus Blogger theme from mobile.





এই video টো মই কেৱল আপোনাৰ বাবেহে বনাইছো ভালদৰে চাই বুজি লৈহে Apply কৰিব | 

0 Response to "How To Customize News Plus Blogger Theme in Assamese"

Post a Comment

Top Ads

Middle Article Ads

Middle Article Ads

Bottom Article Ads