How To upload Blogger Theme . Complete Details in Assamese
We discussed here How to upload blogger theme, How to Upload blog theme from mobile , complete details. আজি আমি শিকিম যে কেনেকৈ ব্লগ ৱেবছাইটৰ ডিজাইন সলনি কৰিব পৰা যায় আৰু কেনেকৈ সকলো খিনি মেনেজ কৰিব পৰা যায় |
যদি আপুনি আমাৰ assamsupport.com ৰ blogging Assamese serious টো follow কৰি আহিছে তেন্তে এইটো 4 নং পষ্ট হয় আৰু যদি আপুনি নতুন হয় আৰু ফ্ৰি ব্লগ ৱেবচাইট বনাব বিচাৰে তেন্তে চাই লব পাৰে |
তেন্তে আহক অনতিপলমে আৰম্ভ কৰো আজিৰ এই পষ্ট টো :-

How to upload the blogger theme from mobile.
ব্লগাৰ ব্লগৰ design সলনি কৰিবলৈ প্ৰথমতে আমি নিজৰ পছন্দৰ এটা নিৰ্দিষ্ট THEME বিচাৰি উলিয়াব লাগিব | আপুনি Goyabi Themplete ৰ পৰা যিকোনো theme বাছিব পাৰে ইয়াত আপুনি যিকোনো Free বা Paid theme পাই যাব | যদি আপুনি কিনি লৈ ব্যৱহাৰ কৰিব বিচাৰে তেন্তে আপুনি এই THEME টো কিনি লৈ ব্যৱহাৰ কৰিব পৰে |
আপুনি GOOGLE ত ও search কৰি যিকোনো BLOGGER THEME Download কৰিব পাৰিব |
নিজৰ পছন্দৰ যিকোনো এটা Theme Download কৰি লব | মনত ৰাখিব যিকোনো theme Download কৰিলে এটা zip file download হয় |
তাৰ পাছত আমি এই Zip file টো Extrect কৰি XML file লৈ সলনি কৰিব লাগিব | যদি আপোনাৰ ওচৰত এটা LAPTOP বা COMPUTER আছে তেতিয়া আপুনি সহজতে Extrect কৰিব পাৰিব অথবা যদি আপোনাৰ laptop computer নাই তেন্তে মোবাইলৰ পৰা কৰোতে বহুতো অসুবিধাৰ সন্মুখীন হব লাগিব |
Extrect কৰা পাছত আমি XML File টো open. কৰিলে কেইটামান বেলেগ বেলেগ file দেখিবলৈ পাম |
কেইটামান বিশেষ ব্লগাৰ theme দি দিয়া হৈছে যিবোৰ ইচ্ছা কৰিলে ব্যৱহাৰ কৰিব পাৰিব |এই theme কেইটা একেবাৰে সহজতে customize কৰিব পৰা যায় কোনো ধৰণৰ html coding নকৰাকৈ |
- News Plus Demo Download
- Publister. Demo. Download
আজি মই আপোনালোকলৈ News Plus Blogger theme ব্যৱহাৰ কৰি দেখুৱাম আপুনি ইচ্ছা কৰিলে যিকোনো theme ব্যৱহাৰ কৰিব পাৰিব |
How to upload News Plus Blogger Theme in Assamese.
প্ৰথমতে আমি News plus Blogger theme টো মই দি থোৱা লিংক টো পৰা download কৰি লব লাগিব |
তাৰ পাছত zip file টো xml file লৈ extrect কৰি লব লাগিব | যদি আপুনি laptop computer 💻 ব্যৱহাৰ কৰে তেন্তে সহজতে হৈ যাব | আৰু যদি আপোনাৰ laptop নাই তেতিয়া আপুনি Win Zip নামৰ Apk টো Download কৰি লব লাগিব | তাৰ পাছত সেই Apk টোত zip file টো xml file লৈ convert কৰি লব লাগিব|
তাৰ পাছত আমি Blogger Dashboard open কৰি লব লাগিব | আৰু Theme option টোত ক্লিক কৰিব লাগিব |

তাৰ পাছত আমি ওপৰত দেখিবলৈ পোৱা Backup /Restore option টোত ক্লিক কৰি choose file option টোত ক্লিক কৰিব লাগিব | এতিয়া আমি আমাৰ মোবাইলৰ বা কম্পিউটাৰৰ যি ফাইলটোত save কৰি থৈছিলো sellect কৰি লব লাগিব | তাৰ পাছত upload option টোত ক্লিক কৰিলে আমাৰ ব্লগৰ theme টো সলনি হৈ যাব | ( বেলেগ বেলেগ মবাইল কম্পিউটাৰ ত file সমূহ বেলেগ বেলেগ কৈ দেখাব পাৰে )
আৰু যদি আমাৰ theme টো upload নহয় তেতিয়া আমি ইয়াক বেলেগ পদ্ধতি অৱলম্বন কৰিব লাগিব |( কিছুমান theme এনেকৈ upload কৰিব পৰা নাযায় )
ওপৰত দেখুওৱাৰ দৰে যদি আমাৰ theme টো upload নহয় তেতিয়া আমি WinZip Apk টো খুলি লব লাগিব আৰু
Blogger Dashboard ৰ Theme ত গৈ Edit Theme option ত ক্লিক কৰিব আৰু যদি মোবাইলৰ পৰা কৰে তেন্তে আগত Browser ত desktop SDite open কৰি লব নহলে আপোনাৰ মোবাইল টো Hang হৈ যাব পাৰে|
এতিয়া আমি গোটেই html coding খিনি Sellect All কৰি Cut কৰি খালি কৰি লব | যদি আপোনাৰ মোবাইলৰ Keyboard ত Cut option নাই তেতিয়া ভাল Keyboard Apk এটা Download কৰি লব | আৰু এটা Apk download কৰিব লাগিব যাৰ নাম হৈছে Quick Edit . Quick Edit Apk Download .
আমি প্ৰথমে winzip ত গৈ .xml file টো selecte কৰি লব লাগিব তাৰ পাছত ওপৰত দেখিবলৈ পোৱা 3 dot ত ক্লিক কৰি open in option ত ক্লিক কৰিব লাগিব তাৰ পাছত আমি Quick Edit Apk টো sellect কৰিব লাগিব |
sellect কৰা লগে লগে আমাৰ Quick Edit Apk Open হব আৰু html ৰ coding খিনি খুল খাব | এতিয়া আমি html coding খিনি sellect All কৰি ওপৰৰ photo টোত দেখুওৱাৰ দৰে Copy option টোত ক্লিক কৰি Copy কৰি লব |
আৰু Blogger Dashboard ত খালি কৰি থোৱা theme html box টোত paste কৰি দিব |
আৰু Save Theme option ত ক্লিক কৰি দিব এতিয়া অলপ সময় saving দেখুৱাব আৰু saved হৈ যাব | এতিয়া আমি Back আহিলে দেখা পাম যে আমাৰ blog theme টো সম্পূৰ্ণকৈ upload হৈ গৈছে |
আৰু যদি এতিয়া আমি আমাৰ ব্লগ টো open কৰি চাওঁ তেতিয়া আমি ভালদৰে দেখা পাম আমি upload কৰা theme টো |
যদি আপুনি ইচ্ছা কৰে তেনেহলে মই বনোৱা মানে upload কৰা theme টোৰ ব্লগ টো চাবলৈ -https://assamsupportpvtltd.blogspot.com
প্ৰথমে আপুনি প্ৰ্থম ব্যবস্থা টো অৱলম্বন কৰিব তাৰ পাছত হে দ্বিতীয় ব্যৱস্থাটো | এই সকলোবোৰ কাম কৰোতেে অলপ ধৈয্য ৰাখি লাহে লাহে কৰিব |
মই এই News Plus Theme টো এই কাৰনেই লৈছো যে এই Theme টো একেবাৰে সহজে Customize কৰিব পৰা যায় কোনো ধৰণৰ Coding নকৰাকৈ | লগতে এই theme টো মোবাইলত মোবাইলৰ আকৃতিৰ লগতে কম্পিউটাৰত বেলেগ আকৃতিৰ আৰু Teblet, বেলেগ বেলেগ Device ত বেলেগ বেলেগ আকৃতিৰ দৰে দেখিবলৈ পোৱা যায় | এনেকুৱা আৰু কেইটামান Theme আছে যিকেইটাৰ লিংক ওপৰত দি থোৱা আছে ইচ্ছা কৰিলে সেই কেইটাও ব্যৱহাৰ কৰি চাব পাৰে |
আপোনাৰ ব্লগত অতিকমেও 10-20 টা পষ্ট লিখা পাছতহে theme ব্যৱহাৰ কৰক | তেতিয়াহে Theme ৰ setting খিনি ভালদৰে বুজি পাব |
Conclution :- মই যিমান পাৰিছো সিমান সহজভাবে এই পষ্ট টো লিখিবলৈ চেচ্টা কৰিলো যদিও. কিবা বুুুজিব অসুুুবিধা হলে comment ত সুুধিব পাৰে|ইয়াৰ পাছৰ পষ্ট তোত News Plus blogger theme টোৰ customize কেনেকৈ কৰা হয় তাৰ বিষয়েে জানিম | সেয়েহে আপুনি আমাৰ ব্লগৰ Nothification Allow কৰি লওঁক আৰু মাজে সময়ে আমাৰ ব্লগ টোলৈ লৈ visit কৰি থাকিবলৈ নাপাাহৰিব | আৰু Facebook What's App ৰ লগতে অন্য social media তো share কৰিব নাপাহৰিব|
Also read this:-

- #1. How to create a free blog website.
- #2. How to write the first post in blogger
- #3. Write 5 important page.
Conclution :- মই যিমান পাৰিছো সিমান সহজভাবে এই পষ্ট টো লিখিবলৈ চেচ্টা কৰিলো যদিও. কিবা বুুুজিব অসুুুবিধা হলে comment ত সুুধিব পাৰে|ইয়াৰ পাছৰ পষ্ট তোত News Plus blogger theme টোৰ customize কেনেকৈ কৰা হয় তাৰ বিষয়েে জানিম | সেয়েহে আপুনি আমাৰ ব্লগৰ Nothification Allow কৰি লওঁক আৰু মাজে সময়ে আমাৰ ব্লগ টোলৈ লৈ visit কৰি থাকিবলৈ নাপাাহৰিব | আৰু Facebook What's App ৰ লগতে অন্য social media তো share কৰিব নাপাহৰিব|
Also read this:-
0 Response to "How To upload Blogger Theme . Complete Details in Assamese"
Post a Comment