-->
What is Popads ? earn money from popads in Assamese

What is Popads ? earn money from popads in Assamese

বন্ধুসকল স্বাগতম জনাও আমাৰ এই ৱেবচাইট তথা ব্লগ ASSAMSUPPOT.Com লৈ বন্ধুসকল আজি আমি জানিম যে what is popads আৰু  how to earn money from popads

PopAds অনলাইন উপাৰ্জন কৰিবলৈ এটা ভাল Ad Network হয় | যদি আপোনাৰ এটা blog website আছে তেন্তে আপুনি ইয়াৰ পৰা হাজাৰ হাজাৰ টকা উপাৰ্জনকৰিবলৈ সক্ষম হব | 

popads এটা Google Adsense ৰ দৰে Ads Network হয় যিটোৱে website বা Blog ৰ কাৰণে Advertisement ৰ সুবিধা প্ৰদান কৰে আৰু website blog ৰ মালিক জনে তাৰ পৰা উপাৰ্জন কৰিবলৈ সক্ষম হয় | 
What is Popads ? earn money from popads

popads এটা ভাল Advertisement Network হয় | কাৰণ ইয়াত সকলোৱে Account বনাব পাৰে আৰু ইয়াৰ Advertisements ব্যৱহাৰ কৰিবলৈ Blog বা website টো popular হোৱাৰ দৰকাৰ নাই বেছি পষ্ট ( Article)  থকাৰো কোনো দৰকাৰ নাই | যিকোনো ধৰণৰ content হলেও একো কথা নাই | PopAds এটা বিস্বাসযোগ্য Ads Network হয় | ইয়াৰ পৰা উপাৰ্জন কৰা পইচা Direct Bank ত লব পৰা যায় আৰু মাত্ৰ $5 হলেই payout ওলিয়াই আনিব পৰা যায় | যেতিয়াই মন যায় যেতিয়াই প্ৰয়োজন কোনো ধৰা বন্ধা নাই | 

popads য়ে তেওঁৰ লগত জড়িত বিভিন্ন ধৰণৰ Advertiser বোৰৰ পৰা Ads লয় আৰু popads ৰ Ads ব্যৱহাৰ কৰা blog website ত Ads বোৰ দেখুৱাই | Popads কোম্পানীয়ে তেওঁলোকৰ লগত জড়িত Advertisers বোৰৰ পৰা Ads ৰ মূল্য লয় আৰু তাৰে কিছু অংশ নিজে ৰাখি বাকিখিনি Advertisement কৰা blog website ৰ মালিকক প্ৰদান কৰে | 

PopAds ব্যৱহাৰ কৰাটো একেবাৰে সহজ আৰু  ব্হুতো blogger য়ে popads   ৰ ব্যৱহাৰ কৰে আৰু বহুতে PopAds ৰ বিষয়ে নাজানে 

1. একেবাৰে সহজতে  Popads ৰ Approval লব পৰা যায় | যিকোনো blog বা website ত যিকোনো content ত আৰু যিকোনো Domain বা subdomain ত ইয়াক ব্যৱহাৰ কৰিব পৰা যায় | 

2. মাত্ৰ $5 উপাৰ্জন কৰিলেই পইচাখিনি বেংকলৈ Transfer কৰিব পৰা যায় |

3. কম পৰিমাণৰ Traffic তো ইয়াৰ ব্যৱহাৰ কৰিব পৰা যায় | 

4. PopAds ৰ পৰা দুই ধৰণে উপাৰ্জন কৰিব পাৰি | ইয়াৰ Ads ব্যৱহাৰ কৰি আৰু ইয়াৰ referral program ব্যৱহাৰ কৰি |

how to create popads account 

বহুতো popAds প্ৰদান কৰা কোম্পানী আছে যিটোৰ এটা ভাল কোম্পানী হল popads.net

প্ৰথমতে popads.net লৈ  visit কৰিব লাগিব |


step-1.

1. sign up option টোত ক্লিককৰক আৰু -
What is Popads ? earn money from popads
2. দেখিবলৈ পোৱা form টোত আপোনাক যি যি বিচৰা হৈছে শুদ্ধ কে দি দিব -
What is Popads ? earn money from popads

 2. username - কোনোধৰণৰ gape নিদিব |

3. e-mail - শুদ্ধ e-mail দি দিব আৰু 
    Retype email - আকৌ এবাৰ email টো দি দিব | 

4. country sellect কৰি লব india. 

5. Account type ত Advertiser sellect তৰি লব | 

6. password- নিজৰ ইচ্ছাৰে password দি দিব   আৰু confirm password - দি দিব | 

7. First Name Last Name  - ত আপোনাৰ নাম দি দিব |

8. phone no - দি দিব |

9. I have read and accepted Terms and Conditions 
ৰ কাষৰ box tut ✔️ দি দিব |

10. i am not a robot টো sellect কৰি Register option টোত ক্লিক কৰি দিব |

11. এতিয়া আপোনাৰ mail টো check কৰিব আৰু আপোনাৰ mail ত এনেকুৱা এটা mail আহিব আৰু ইয়াত এটা লিংক দেখা পাব | এই লিংক টোত ক্লিক কৰি দিব |
What is Popads ? earn money from popads
এতিয়া আপোনাৰ Popads account  টো সম্পূৰ্ণ হৈ গৈছে

12. এতিয়া আপোনাক Log in কৰিব লাগিব | Username আৰু Password দি Log in কৰি লওক |

What is Popads ? earn money from popads
13. New Website option টোত ক্লিক কৰক আৰু তাৰপিছত ইয়াত website টোৰ নাম,  url, description, category আৰু কি কি ধৰণৰ Ads দেখুৱাব বিচাৰে  sellect কৰি লৈ Add website option টোত ক্লিক কৰি দিব | 

24 ঘন্টাৰ ভিতৰত আপুনি এটা mail পাব য'ত আপোনাৰ website টো Approved হল বুলি কোৱা হব | 

14. এতিয়া আপুনি Popads.net ত গৈ Login কৰি লওক আৰু Code generator option টোত ক্লিক কৰক আৰু তলত দেখুওৱা code টো copy কৰি লওক |
What is Popads ? earn money from popads
15. আপোনাৰ website ৰ Theme ৰ head ৰ তলত past কৰি দিয়ক |

এতিয়া আপোনাৰ website ত Popads.net ৰ Ads দ্খিবলৈ পাব | 

ইয়াত Google Adsense ৰ নিচিনা Ads দেখিবলৈ পোৱা নাযায় ইয়াৰ Ads টো অলপ বেলেগ ধৰণৰ |যদি আপুনি  আপোনাৰ website টো visit কৰে আৰু অলপ সময় ব্যৱহাৰ কৰে তেতিয়া ইয়াৰ Ads বোৰ কেনেকুৱা গম পাই যাব 

2 Responses to "What is Popads ? earn money from popads in Assamese"

Top Ads

Middle Article Ads

Middle Article Ads

Bottom Article Ads