
What is web hosting how its work parts of hosting learn in Assamese
hey Guys welcome to ASSAMSUPPORT in this Article we going to know what is web hosting in Assamese.
ইন্টাৰনেটত আমি ৱেবচাইট আৰম্ভ কৰিব বিচাৰিলে আমাক Domain আৰু hosting ৰ প্ৰয়োজন হয় | এই দুটাৰ অবিহনে আমি ইন্টাৰনেটত কোনোধৰণৰ ব্লগ বা ৱেবচাইট আৰম্ভ কৰিব নোৱাৰো | Domain কি মই আগতেই উল্লেখ কৰিছোঁ আৰু আজি আমি hosting কি আৰু কেনেকৈ এটা ভাল web hosting ক্ৰয় কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম |
ইন্টাৰনেটত আমি ৱেবচাইট আৰম্ভ কৰিব বিচাৰিলে আমাক Domain আৰু hosting ৰ প্ৰয়োজন হয় | এই দুটাৰ অবিহনে আমি ইন্টাৰনেটত কোনোধৰণৰ ব্লগ বা ৱেবচাইট আৰম্ভ কৰিব নোৱাৰো | Domain কি মই আগতেই উল্লেখ কৰিছোঁ আৰু আজি আমি hosting কি আৰু কেনেকৈ এটা ভাল web hosting ক্ৰয় কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম |
what is web hosting in Assamese
ইন্টাৰনেটত আমাৰ ৱেবচাইট বা ব্লগৰ কাৰণে এটা নিৰ্দিষ্ট ঠাইৰ প্ৰয়োজন হয় যাক আমি ইন্টাৰনেটৰ ভাষাত web hosting বুলি কওঁ |
যেতিয়াই আমি এটা এটা web hosting ক্ৰয় কৰো তেতিয়া আমাক ইন্টাৰনেটত এডোখৰ ঠাই দি দিয়া হয় য'ত আমি আমাৰ ৱেবচাইট বা ব্লগ টো ৰাখিব পাৰো | আৰু আমাৰ এই ব্লগ ৱেবচাইট টোলৈ অহিবলৈ যিটো ৰাস্তাৰ প্ৰয়োজন তাক আমি Domain বুলি কওঁ |
কেতিয়াবা ভাবি চাইচেনে যে ইন্টাৰনেটত দেখিবলৈ পোৱা images Text, video, আদি ক'ত জমা থাকে বা কৰ পৰা আহে | আজিৰ এই পষ্ট টোত আমি জানিম যে এই সকলোবোৰ কেনেকৈ হয় ?
আহক এটা উদাহৰণৰ যোগেদি ভালকৈ বুজি লওঁ, আমাক থাকিবলৈ যিদৰে এডোখৰ মাটিৰ দৰকাৰ থিক সেইদৰে ইন্টাৰনেটত আমাৰ ৱেবচাইট বা ব্লগ টো থাকিবলৈও এডোখৰ ঠাইৰ দৰকাৰ হয় যাক আমি hosting বুলি কওঁ | ইয়াত আমি আমাৰ পষ্ট ফটো ভিডিঅ আদি যিকোনো ধৰণৰ তথ্য যিটো ইন্টাৰনেটত ৰাখিব পৰা যায় আমি সেই web hosting টোত ৰাখিব পাৰো |
web hosting ক আমাৰ মোবাইল ফোন বা কম্পিউটাৰত থকা মেমৰি বুলিও কব পাৰো যিটোত আমি তথ্য সংগ্ৰহ কৰি ৰাখিব পাৰো কিন্তু web hosting কেৱল মেমৰি নহয় | web hosting ত Ram, Memory Storage, Cpu Processor লগতে Internet ৰ সংযোগ লগতে 24 ঘন্টা চলি থাকিব লাগিব তেতিয়াহে আমি ইয়াক web hosting বুলি কব পাৰো |
web hosting ক এটা কম্পিউটাৰ বুলি কলেওঁ একো ভূল নহব | কাৰণ web hosting হৈছে এক প্ৰকাৰৰ কম্পিউটাৰেই যিটো একেৰাহে চলি থাকে 24❌7 web hosting ত আমি আমাৰ প্ৰয়োজনীয় লাগতিয়াল উপাদান সমূহ সংগ্ৰহ কৰি ৰাখিব পাৰো আৰু প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ লগতে আনকো ব্যৱহাৰ কৰিব কব পাৰো | আৰু ইচ্ছা কৰিলে গোপনেও ৰাখিব পাৰো |
How Web Hosting Works in Assamese
যেতিয়াই আমি কোনো Browser ত কিবা চাৰ্চ কৰো তেতিয়া আমাক বিভিন্ন ধৰণৰ ৱেবচাইটৰ কথা Google য়ে কয় যিটোৰ পৰা আমি এটা ৱেবচাইটত যাওঁ সেই ৱেবচাইটটোৰ Domain ৰ যোগেদি সেই Domain টোত সেই ৱেবচাইট টোৰ IP Address টো লিংক কৰি খোৱা থাকে আৰু সেই IP ADDRESS টোৱে Domain টোক Hosting বা server টোৰ লগত connect কৰি দিয়ে আৰু তাৰ পাছত আমাৰ Browser টোত সেই ৱেবচাইট টো খোল খাই আৰু আমি সেই ৱেবচাইট টোৰ Content খিনি চাবলৈ পাওঁ |
Types of Web Hosting in Assamese
চাবলৈ গলে web hosting 4 প্ৰকাৰৰ দেখিবলৈ পোৱা যায় ~
- Shared Hosting
- Virtual Private Server
- Dedicated Hosting
- Cloud Hosting
#1. Shared Hosting:-
shared hosting মানে hosting টোক share কৰি ব্যৱহাৰ কৰা মানে ইয়াত এটা server ত 1000-1500 টা মান ৱেবচাইট একেলগে host কৰা হয় আৰু ইয়াৰ যিমান মূল্য হয় সকলোৱে মিলি আদায় কৰা হয় |
#2. Virtual Private Server
vps hosting ত এটা server ক 100 টা মান ভাগ কৰা হয় আৰু এই 100 টা ভাগত বেলেগ বেলেগ ৱেবচাইট host কৰা হয় |
#3. Dedicated Hosting
Dedicated hosting ত server টো কেই দি দিয়া হয় যিটো আপুনি যি কৰিব পাৰে এই server টোত বেলেগ কোনো ৱেবচাইট host কৰিব দিয়া নহয় |
#4. Cloud Hosting
বহুতো বেলেগ বেলেগ server একেলগে লগ লগালে ইয়াক cloud Hosting বুলি কোৱা হয় | এই hosting টো বহুত Fast হয় আৰু ইয়াত আপোনাৰ ডাটা লোকচান হোৱাৰ সম্ভাৱনা কম |
0 Response to "What is web hosting how its work parts of hosting learn in Assamese"
Post a Comment