10 Tips for Applying Adsense on Blogs in Assamese - Assam Support
হে বন্ধুসকল স্বাগতম জনাও আমাৰ এই ৱেবচাইট ASSAMSUPPORT.COM আজি আমি জানিম যে আমাৰ ব্লগ বা ৱেবচাইটটো কেতিয়া Google Adsense ৰ কাৰণে Apply কৰিব লাগে |
যদি আপোনাৰো এটা ব্লগ আছে আৰু আপুনি আপোনাৰ ব্লগটোত Google Adsense ৰ Ads ব্যৱহাৰ কৰিব বিচাৰিছে তেন্তে এই পষ্টটো সম্পূৰ্ণকৈ পঢ়িবলৈ নাপাহবিব |
Google Adsense ৰ কাৰণে Apply কৰাৰ আগত কেইটামান বিশেষ কথালৈ লক্ষ্য ৰাখিব লাগে যাতে আপোনাৰ ব্লগ টোৰ অকনো ক্ষতি নোহোৱাকৈ এবাৰতেই Approved কৰি দিয়ে আৰুআপুনি আপোনাৰ ব্লগত Ads ব্যৱহাৰ কৰি উপাৰ্জন কৰিব পৰে |
Tips 1 :
Google Adsense ৰ কাৰণে Apply কৰাৰ আগতে ব্লগ টোত অতিকমেও 20- 30 টা high quality ৰ পষ্ট থাকিব লাগিব | প্ৰতিটো পষ্ট 1500 টা শব্দ বা ততোধিক হব লাগিব |
Tips 2 :
4 টা প্ৰয়োজনীয় page " About us, Contact us, Disclaimer আৰু Privacy policy " থাকিব লাগিব | যদি ৱেবচাইট টো কোনো e-commerce site হয় তেতিয়াহলে term & condition পেজ টো থাকিব লাগিব |
Tips 3 :
ব্লগটো ৰ url টো Google Search console ত Submit কৰা হব লাগিব আৰু index কৰা হব লাগিব |
Tips 4 :
প্ৰতিদিনে 20 - 100 টা visitors অহিব লাগিব | social media ৰ পৰাই হওক বা Google ৰ পৰাই হওক |
Tips 5 :
ব্লগ টো অলপ পুৰনা হব লাগিব অতিকমেও 1 - 3 month হব লাগিব |
Tips 6 :
ব্লগ টোৰ design মানে দেখিবলৈ ধুনীয়া হব লাগিব আৰু ব্যবহাৰ কৰা Theme টো Mobile Friendly হব লাগিব |
Tips 7 :
যদি ব্লগ টো Blogger ত আছে তেন্তে Costume Domain ব্যৱহাৰ কৰাৰ পাছতহে Adsense ৰ কাৰণে Apply কৰিব লাগে |
Tips 8 :
Google Analytics ৰ ব্যৱহাৰ কৰিব
Tips 9 :
Social Media ত Account বনাই ব্লগটোৰ লগত লিংক কৰি দিব |
Tips 10 :
Conclusion :-
যদি আপুনি এই কেইটা টিপ্চ follow কৰি ব্লটোৰ কাৰনে Adsense ৰ Apply কৰে তেন্তে মই ভাবো যে আপোনৰ ব্লগটো অতি সহজে Approved কৰি দিব আৰু আপুনি ইয়াৰ পৰা উপাৰ্জন কৰিবলৈ সক্ষম হব |

- কোনোধৰণৰ বেলেগ Ads network ৰ Ads যদি ব্যৱহাৰ কৰি আছে তেন্তে সেই ads টো Apply কৰাৰ আগত বন্ধ কৰি দিব |
Conclusion :-
যদি আপুনি এই কেইটা টিপ্চ follow কৰি ব্লটোৰ কাৰনে Adsense ৰ Apply কৰে তেন্তে মই ভাবো যে আপোনৰ ব্লগটো অতি সহজে Approved কৰি দিব আৰু আপুনি ইয়াৰ পৰা উপাৰ্জন কৰিবলৈ সক্ষম হব |
nice
ReplyDeleteThanks for All
ReplyDelete