-->
Useful Online Recharge Bill Payment Apps in Assamese ~ ASSAM SUPPORT

Useful Online Recharge Bill Payment Apps in Assamese ~ ASSAM SUPPORT

হে বন্ধুসকল স্বাগতম জনাও আমাৰ এই ৱেবচাইট তথা ব্লগ assamsupport.com লৈ | আজিৰ এই পষ্টটোত মই আপোনাকলৈ কেইটামান ভাল ব্যৱহাৰযোগ্য Mobile Recharge Bill Payment কৰিব পৰা Android Apps ৰ বিষয়ে কবলৈ চেষ্টা কৰিম যিকেইটা Apps ৰ দ্বাৰা আপুনি দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় Mobile Recharge, DTH Recharge, Bill Payment ৰ লগতে আৰু বহুতো কাম কাজ কৰি লব পাৰিব|
5 Useful Online Recharge Bill Payment Apps in Assamese

5 Useful Online Recharge Bill Payment Apps in Assamese


তলত কেইটামান উল্লেখযোগ্য Mobile Recharge Bill Payment কৰা Android Apk ৰ বিষয়ে মই উল্লেখ কৰিছো যিকেইটা মই প্ৰায় 2 বছৰ ব্যৱহাৰ কৰিছো | Play Store ত এনেকুৱা বহুতো Apk পাই যাব যিবোৰৰ পৰা Mobile Recharge কৰিব পৰা যায় কিন্তু সেই Apk বোৰক ভৰসা কৰিব পৰা নাযায় | মই উলেখ কৰা Apk সমূহ আপুনি একেবাৰে সহজতে ব্যবহাৰ কৰিব পাৰিব আৰু ইয়াৰ পৰা আপোনাৰ কোনো ধৰণৰ অসুবিধা নহয় |

1. Paytm

Paytm সকলোৱে জনা হোনা নাম PayTm এটা বহুত ডাঙৰ কোম্পানীৰ যাৰ সহায়ত আপুনি Mobile Recharge, DTH Recharge Bill Payment, Movie Tickets Booking , Train Flight Tickets boking আৰু বহুত কিবা কিবি দৈনন্দিন জীৱনত প্ৰয়োজনীয় কাম কাজবোৰ কৰিবলৈ সক্ষম হব | ইয়াত Upi ৰো সুৰিধা আছে | আকৌ Paytm ৰ পৰা Transaction কৰিলে Cashback য়ো পোৱা যায় |

Download paytm 

2. Google Pay

google pay হৈছে Google ৰ এটা product ইয়াৰ সহায়ত online transaction কৰিব পৰা যায় | Mobile Recharge, DTH recharge, Bill pay লগতে ইয়াত UPI ৰ সুবিধা আছে | 
ইয়াটো transaction কৰাৰ পাছত cashback পোৱা যায় ইয়াৰ cash back ৰ ৰূপত scratch card পোৱা যায় যিটো scratch কৰিব লাগে আৰু তাৰ ভিতৰত পইচাৰ Amount থাকে | যিমান Amount পোৱা যায় সেই Amount টো লিংক থকা banck account ত cash back ৰূপে পোৱা যায় |

Download Google Pay

3. Phone Pay

phonepe এটা ভাল ব্যৱহাৰযোগ্য Upi App হয় | এই Apk টোৰ সহায়ত আপুনি Recharge, bill payment, Upi Transaction কৰিব পৰা যায় | 
ইয়াৰ পৰা Transaction কৰিলেও Scratch card পোৱা যায় | যিটো Scratch কৰি Cashback পাৱা যায় | 
যদি আপুনি অনলাইন transaction কৰিব বিচাৰে তেন্তে এই Apk টো ব্যৱহাৰ কৰি চাব পাৰে | এই Apk টো Upi Transaction কৰিবলৈ ভাল হয় | একেবাৰে সহজতে এই Apk টোৰ পৰা online transaction কৰিব পৰা যায় | 
Download PhonePe 

4. Amazon Pay

Amazon Pay Amazon ৰ এটা Part হয় | Amazon Apk টোৰ ভিতৰতেই amazon Pay বুলি এটা option দেখিৱলৈ পোৱা যায় | 
Amazon pay ব্যৱহাৰ কৰি আপুনি Recharge, bill payment আৰু বহুতো কৰি লব পাৰিব | 
Amazon pay ত Cashback ৰ পৰিমাণ বেছিকৈ পোৱা যায় | যদি আপুনি online Recharge bill payment কৰিব বিচাৰে তেন্তে Amazon pay ব্যৱহাৰ কৰি চাব পাৰে৷

Download Amazon

5. My Airtel :

my Airtel এটা Airtel ৰ Apk হয় ইয়াৰ সহায়তো আপুনি একেবাৰে সহজতে online recharge bill payment কৰিব পাৰিব | এইApk টোৰ পৰা Transaction কৰিলে Cashback য়ো পোৱা যায় | 
যদি আপোনাৰ Airtel sim নাই তেতিয়াও আপুনি My Airtel ত Account বনাব পাৰিব আৰু ইয়াৰ সকলোবোৰ সুবিধা লাভ কৰিব পাৰিব|
Download My Airtel

Conclusion :-

আজিৰ এই পষ্ট টোত মই আপোনালোকক কেইটামান ভাল ব্যৱহাৰযোগ্য Apps বিষয়ে জানিবলৈ চেষ্টা কৰিলো | এই কেইটা ব্যৱহাৰ কৰি Recharge, Bill payment আৰু বহুতো কৰি লব পাৰিব | এই পষ্ট টোত উল্লেখ কৰা Apps বিলাক ব্যৱহাৰ কৰিলে কোনো ধৰণৰ অসুবিধা নহয় |

0 Response to "Useful Online Recharge Bill Payment Apps in Assamese ~ ASSAM SUPPORT "

Post a Comment

Top Ads

Middle Article Ads

Middle Article Ads

Bottom Article Ads