google search console blog submit in Assamese - Assam Support
হে বন্ধুসকল স্বাগতম জনাও আমাৰ এই ৱেবচাইট ASSAMSUPPORT.COM লৈ ~ আজি আমি জানিম যে আমি বনোৱা ব্লগ টোৰ url Google Search Console ত কেনেকৈ দিয়া হয় |
Submit Blog to google search console
যিকোনো নতুন ব্লগ বা ৱেবচাইট আৰম্ভ কৰিব লওঁতে সেই ৱেবচাইটটো বা ব্লগ টোৰ url টো Google ৰ Search Console ত submit কৰিব লাগে যাতে Google য়ে গম পায় যে এনেকুৱা এটা ব্লগ বা ৱেবচাইটো আছে | আৰু Google ত সেই ব্লগ বা ৱেবচাইট টো দেখুৱাব পাৰে আৰু তাৰ পৰা আমাৰ ব্লগ টোত Traffic আহিব পাৰে আৰু আমাৰ ব্লগৰ পৰা আমি অধিক উপাৰ্জন কৰিবলৈ সক্ষম হওঁ |
Google Search Console হৈছে এটা google ৰ product এই ৱেবচাইট টো এটা ব্লগাৰৰ বাবে খুবেই প্ৰয়োজনীয় কোনো এটা Article Google ত Rank কৰিবলৈ |
Google Search console ৰ দৰে আৰু বেলেগ বেলেগ Search engine ৰ বেলেগ বেলেগ search console থাকে যিবোৰতে এটা ৱেবচাইট বা ব্লগ Submit কৰিব লগা হয় যাতে ব্লগ বা ৱেবচাইট টো যিকোনো search Engine ত Show কৰে বা Rank কৰিবলৈ সক্ষম হয় |
Google ৰ দৰে আৰু কেইটামান search engine আছে যিবোৰ Google ৰ দৰে কাম কৰে | কিছুমানে Google ৰ সলনি bing, yahoo আদিটো Search কৰে কিন্তু বেছিভাগে Google Search engine হে ব্যৱহাৰ কৰে সেয়েহে Google search engine ক মুখ্য ৰাখিব লাগে আৰু বাকি কেইটা search engine ক secondary হিচাপে ৰাখিব লাগে যাতে কোনো বেলেগ search engine তো search কৰিলেও আপোনাৰ Article টো বিচাৰি পায় |
আজি মই আপোনালোকক Google Search Console ত আপোনাৰ ব্লগ বা ৱেবচাইটটো কেনেকৈ submit কৰিব তাৰ বিষয়ে কবৈ চেষ্টা কৰিম |
ব্লগ টো যদি blogger ত আছে তেন্তে Search console ত subit কৰা পদ্ধতিটো বেলেগ ধৰণৰ আৰু যদি ব্লগ বা ৱেবচাইটটো Wordpress ত আছে তেতিয়া তাৰ পদ্ধতি বেলেগ ধৰণৰ হয় |
আজি আমি Blogger ত থকা ব্লগ টো Google search console ত কেনেকৈ submit কৰিব তাৰ বিষয়ে কবলৈ চেষ্টা কৰিম আৰু যদি আপোনাৰ ব্লগ টো wordpress ত আছে তেন্তে এই পষ্ট টো পঢ়িব পাৰে | তেনিতে আহক আৰম্ভ কৰো |

how to submit Blogger Blog on Google Search Console
step 1. Submit blog to google search console .
কোনো এটা Browser ত Google search console open কৰি লব লাগিব
এতিয়া Start Now ত ক্লিক কৰক তাৰ পাছত আপোনাৰ Google Account ৰে Login কৰি লব |
এতিয়া আপোনাৰ ওচৰত এনেকুৱা এটা page দেখা পোৱা যাব | ইয়াত আপোনাৰ Domain টো দি দিব আৰু continue কৰি দিব |
এতিয়া আপোনাৰ ওচৰত এনেকুৱা এটা page open হব | ইয়াৰ 2 নং ত দিয়া text টো copy কৰি লব আৰু
step 2. Submit website google search console.
কিছুমান ক্ষেত্ৰত step 1 ত দেখুওৱাৰ দৰে Txt File Dns ত Add কৰিবলৈ কোৱা নহবও পাৰে তেতিয়া আপুনি এনেদৰে আপোনাৰ ব্লগ টো Google search console ত submit কৰিব লাগিব |
Step 1 ৰ দৰে Google search console open কৰি lilogin কৰি লৈ domain দি তাৰ পাছত Verify কৰা সময়ত এনেকুৱা এটা option দেখিবলৈ পোৱা যাব |
blogger ৰ dashboard ত গৈ Theme ত গৈ Edit theame কৰি Theme ৰ HTML ৰ একেবাৰে ওপৰত দেখিবলৈ পোৱা head ৰ তলত past কৰি দিব আৰু save কৰি দিব |
এতিয়া google search console ত গৈ verify কৰি দিব আপোনাৰ website টো successfully varify হৈ যাব |
step 3. submit a sitemap google search console .
website url টো google search console ত submit কৰাৰ পাছত এটা অতি প্ৰয়োজনীয় কাম কৰিবলৈ বাকি থাকে মানে এটা website বা blog ৰ sitemap submit কৰিব লাগে য'ত আপোনাৰ ৱেবচাইটৰ url খিনি জমা থাকে যিটো চাই google য়ে আপোনাৰ ৱেবচাইটটো index কৰিব |
যদি ৱেবচাইট টো blogger ত আছে তেতিয়া sitemap create কৰিব দৰকাৰ নাই blogger ত automaticly sitemap create হৈ যায় |
sitemap submit কৰিবলৈ আপুনি প্ৰথমে search console ৰ menu টো open কৰিলে sitemap বুলি এটা option চাবলৈ পাই যাব | ইয়াত ক্লিক কৰক আৰু তাৰপিছতএটা sitemap submit কৰিব লাগিব |
আপুনি Add New Sitemap ত ওপৰাত দেখিবলৈ পোৱা assamsupport.com/sitemap.xml এইদৰে type কৰি submit কৰি দিব এতিয়া আপোনাৰ ৱেবচাইটটো অলপ সময় পিছত Google য়ে index কৰিব আৰু অলপ সময় পিছত status pending ৰ সলনি success হৈ যাব আৰু আপুনি আপোনাৰ ব্লগত যেতিয়াই নতুন পষ্ট publish কৰিব তেতিয়া google য়ে আপোনাৰ Article টো index কৰিব আৰু Google ত দেখুওৱাবলৈ আৰম্ভ কৰিব |
conclusion :- আজিৰ এই পষ্টটোত মই আপোনালোকক Google Search Console ত আপোনাৰ ব্লগাৰ ব্লগ টো submit কেনেকৈকৰা হয় জনাবলৈ চেষ্টা কৰিলো | যদি. কিবা বুজিবলৈ অসুবিধা পালে তেন্তে কমেন্টত সুধিব পাৰে আৰু | এই পষ্ট টো বন্ধুৰ সৈতে share কৰিবলৈ নাপাহৰিব ধন্যবাদ |
কোনো এটা Browser ত Google search console open কৰি লব লাগিব
এতিয়া Start Now ত ক্লিক কৰক তাৰ পাছত আপোনাৰ Google Account ৰে Login কৰি লব |
এতিয়া আপোনাৰ ওচৰত এনেকুৱা এটা page দেখা পোৱা যাব | ইয়াত আপোনাৰ Domain টো দি দিব আৰু continue কৰি দিব |
এতিয়া আপোনাৰ ওচৰত এনেকুৱা এটা page open হব | ইয়াৰ 2 নং ত দিয়া text টো copy কৰি লব আৰু
যৰ পৰা domainটো ক্ৰয় কৰিছিলে তাত গৈ login কৰি লব আৰু DNS setting ত গৈ এটা Text File Add কৰিব লাগিব |
ওপৰত দেখুৱাৰ দৰে প্ৰথমতে DNS menegment ত গৈ Record option টোত ক্লিক কৰি দিব আৰু Add option টোত ক্লিক কৰিব তাৰ পাছত sellect option টোত ক্লিক কৰি Txt sellect কৰি দিব আৰু Box দুটাৰ প্ৰথম টোত Domain টো যেনে assamsupport.com আৰু দ্বিতীয় টোত copy কৰা Text টো past কৰি দিব আৰু Save কৰি দিব |
এতিয়া Google Search console ত গৈ Varify কৰি দিব লগে লগে আপোনাৰ Domain টো varify হৈ যাব আৰু Ownership Vareified বুলি দেখুৱাই দিয়া হব | যদিহে কিবা ভূল হৈছে তেনেহলে Variefication faild বুলি কোৱা হব | যদি কিবা ভুল হৈ ছে আকৌ এবাৰ চেষ্টা কৰি চাব |
কিছুমান ক্ষেত্ৰত step 1 ত দেখুওৱাৰ দৰে Txt File Dns ত Add কৰিবলৈ কোৱা নহবও পাৰে তেতিয়া আপুনি এনেদৰে আপোনাৰ ব্লগ টো Google search console ত submit কৰিব লাগিব |
Step 1 ৰ দৰে Google search console open কৰি lilogin কৰি লৈ domain দি তাৰ পাছত Verify কৰা সময়ত এনেকুৱা এটা option দেখিবলৈ পোৱা যাব |
ইয়াত HTML tag option টো sellect কৰিব আৰু ইয়াৰ ভিতৰত থকা html tag খিলি copy কৰি লব আৰু
blogger ৰ dashboard ত গৈ Theme ত গৈ Edit theame কৰি Theme ৰ HTML ৰ একেবাৰে ওপৰত দেখিবলৈ পোৱা head ৰ তলত past কৰি দিব আৰু save কৰি দিব |
এতিয়া google search console ত গৈ verify কৰি দিব আপোনাৰ website টো successfully varify হৈ যাব |
step 3. submit a sitemap google search console .
website url টো google search console ত submit কৰাৰ পাছত এটা অতি প্ৰয়োজনীয় কাম কৰিবলৈ বাকি থাকে মানে এটা website বা blog ৰ sitemap submit কৰিব লাগে য'ত আপোনাৰ ৱেবচাইটৰ url খিনি জমা থাকে যিটো চাই google য়ে আপোনাৰ ৱেবচাইটটো index কৰিব |
যদি ৱেবচাইট টো blogger ত আছে তেতিয়া sitemap create কৰিব দৰকাৰ নাই blogger ত automaticly sitemap create হৈ যায় |
sitemap submit কৰিবলৈ আপুনি প্ৰথমে search console ৰ menu টো open কৰিলে sitemap বুলি এটা option চাবলৈ পাই যাব | ইয়াত ক্লিক কৰক আৰু তাৰপিছতএটা sitemap submit কৰিব লাগিব |
আপুনি Add New Sitemap ত ওপৰাত দেখিবলৈ পোৱা assamsupport.com/sitemap.xml এইদৰে type কৰি submit কৰি দিব এতিয়া আপোনাৰ ৱেবচাইটটো অলপ সময় পিছত Google য়ে index কৰিব আৰু অলপ সময় পিছত status pending ৰ সলনি success হৈ যাব আৰু আপুনি আপোনাৰ ব্লগত যেতিয়াই নতুন পষ্ট publish কৰিব তেতিয়া google য়ে আপোনাৰ Article টো index কৰিব আৰু Google ত দেখুওৱাবলৈ আৰম্ভ কৰিব |
conclusion :- আজিৰ এই পষ্টটোত মই আপোনালোকক Google Search Console ত আপোনাৰ ব্লগাৰ ব্লগ টো submit কেনেকৈকৰা হয় জনাবলৈ চেষ্টা কৰিলো | যদি. কিবা বুজিবলৈ অসুবিধা পালে তেন্তে কমেন্টত সুধিব পাৰে আৰু | এই পষ্ট টো বন্ধুৰ সৈতে share কৰিবলৈ নাপাহৰিব ধন্যবাদ |
0 Response to "google search console blog submit in Assamese - Assam Support"
Post a Comment