-->
10 Useful Android Apps for Blogging in Assamese || ASSAM SUPPORT ||

10 Useful Android Apps for Blogging in Assamese || ASSAM SUPPORT ||

10 useful android apps for blogging হে বন্ধুসকল স্বাগতম জনাও আমাৰ এই ৱেবচাইট তথা ব্লগ assamsupport.com লৈ | আমি এই পষ্টটোত মই ব্লগিংৰ বাবে প্ৰয়োজনীয় 10 টা Android Apps ৰ বিষয়ে কবলৈ টেষ্টা কৰি | আপুনিও যদি Blogging কৰে আৰু মোবাইলৰ পৰা কৰে তেন্তে এই পষ্ট টো সম্পূৰ্ণকৈ পঢ়িবলৈ নাপাহৰিব |

সকলো ব্যক্তিৰ লগত Laptop বা Computer নাথাকে আৰু তেওঁলোকে blogging কৰিব বিচাৰে কিন্তু ব্লগিং কৰিবলৈ ব্লগৰ html coding খিনি edit কৰিবলৈ হলে মোবাইলৰ পৰা কৰিব পৰা নাযায় | আৰু কিছুমান প্ৰয়োজনীয় কাম যিবোৰ মোবাইল পৰা কৰিবলৈ যথেষ্ট অসুবিধা হয় সেয়েহে আজিৰ এই পষ্টটোত মই এনেকোৱা 10  টা Android Apps ৰ বিষয়ে কম যিবোৰ ব্যৱসাৰ কৰি আপোনি ব্লগৰ সকলো খিনি প্ৰয়োজনয় কাম কৰিব পাৰিব |

1. Quick Edit :- 

এই Apk টো এইকাৰনেই মই প্ৰথমতে থৈছো যে এই Apk টোৰ সহায়ত আপুনি আপোনাৰ ব্লগৰ html coding খিনি অতি সহজে edit কৰিব পাৰিব | ইয়াত আপুনি যিকোনো ধৰণৰ coding edit কৰিব পাৰিব | যিমান দীঘল হলেও অতি সহজে edit কৰিব পাৰিব | এই apk টোত search কৰা option , Go to line options, reload, save to phone ৰ লগতে আৰু বহুতো সুবিধা পাই যাব যিবোৰ এটা blogger ৰ বাবে প্ৰয়োজন সেয়েহে মই ভাবো যে আপুনি এই Apk টো এবাৰ নিশ্চয় ব্যৱহাৰ কৰিব লগে | 

Download

2. Win Zip 

win zip Apk ৰ সহায়ত আপুনি যিকোনো zip rile extract কৰি xml file পাবলৈ সক্ষম হব | Extract কৰা পাছত আপুনি এই File টো edit কৰিব পাৰিব |

যিকোনো ধৰণৰ blogger Theme ৰ Zip file win zip ৰ সহায়ত extract কৰি xml file টো blogger ত upload কৰিব পাৰিব |

যিসকলৰ laptop নাই তেওঁলোকে blogger ৰ theame সলনি কৰি নোৱাৰে সেয়েহে তেওলোকে এই Apk টো এবাৰ নিশ্চয় ব্যবহাৰ কৰিব লাগে |

Download


3. Notes 

এইটো এটা এনোকুৱা Apk হয় যিটো এটা Blogger, YouTuber বাবে দৰকাৰ | যিকেনো নতুন idea মনত আহিলে এই Apk টোত লিখি ৰাখিব পৰা যায় | 
Blogger, YouTuber ৰ কাৰনে এই Apk টো প্ৰয়োজনীয় কাৰন তেওঁলোকৰ মনত নতুন নতুন Idea আহি থাকে আৰু Video, Article সিখিব বিচাৰে কিন্তু অলপ সময়ৰ পাছত পাহৰি যায় | সেয়েহে তেওঁলোকে এই  Apk টো ব্যৱহাৰ কৰিব লাগে |
Download

4. Adsense

যিকোনো Adsense ব্যৱহাৰকাৰীৰ বাবে এই Apk টো দৰকাৰ কাৰণ আমি প্ৰতিদিনে এবাৰ হলেও Adsense Account টো চাব লগা হয়|এই Apk টোৰ সহায়ত আপুনি Adsense ৰ Earning , CTR, Page view, CPC  আৰু বহুতো নিৰিক্ষণ কৰি থাকিব পাৰিব | সেয়েহে সকলো Adsense ব্যৱহাৰকাৰীৰ মোবাইলত ওই Apk টো থাকিব লাগে |

Download

5. Analytics

Analytics হৈছে Google ৰ এটা product Google Analytics ৰ সহায়ত আপুনি আপোনাৰ ব্লগত Traffic কিমান আহিছে realtime traffic কিমান আহিছে সকলো খিনি চাবলৈ সক্ষম হব | তেন্তে আপুনি Google Analytics নিশ্চয় ব্যৱহাৰ কৰি চাব পাৰে৷

6. Blogger

যদি আপোনাৰ ব্লগ টো blogger ত আছে তেন্তে আপুনি blogger APPS টো নিশ্চয় ব্যৱহাৰ কৰিব লাগে | blogger app টোৰ পৰা আপুনি আপোনাৰ ব্লগৰ সকলো খিনি কাম কৰিব পাৰিব অতি সহজে | 

7. Pics Say Photo Editor

যদি আপুনি মোবাইলেৰে blogging কৰে তেন্তে আপোনাৰ মোবাইলত এই Apk টো হব লাগে বুলি মই ভাবো | কাৰণ এই Apk টোৰ সহায়ত আমি অতি সহজে যিকোনো photo edit কৰিব পাৰো লগতে এই Apk টো ultra fast আৰু মাত্ৰ 2 mbৰ এই Apk টো এবাৰ নিশ্চয় ব্যৱহাৰ কৰি চাব |

Download

8. TouchPal keyboard

যদি আপুনি মোবাইলেৰে blogging কৰে আৰু English ৰ বাহিৰে যিকোনো ভাষাত blogging কৰে তেন্তে আপুনি এই Apk টো নিচ্চয় ব্যৱহাৰ কৰিব লাগে |
এই Apk টোত যিকোনো ভাষাৰ keyboard পাই যাব লগতে এয়াত Clipboard ৰ সুবিধা আছে ইয়াৰ পৰা আপুনি যিকোনো ঠাইত Copy Paste কৰিব পাৰিব |

Download

9. Dictionary

যদি আপুনি আপোনাৰ ব্লগত English Content publish কৰে তেন্তে আপুনি Dictionary ব্যৱহাৰ কৰাটো খুবেই প্ৰয়োজনীয় | Dictionary ব্যৱহাৰ কৰি যিকোনো Article publish কৰিলে কোনো ধৰণৰ speling ভুল হোৱা সম্ভাৱনা নাথাকে | 

10.Google Drive 

এজন ব্লগাৰৰ কাৰণে Google Drive খুবেই প্ৰয়োজনীয় | যদি আপুনি আপোনাৰ ব্লগত কিছুমান Files, Media আদি share কৰে তেন্তে আপুনি আপোনাৰ Files, Media Google Drive ত upload কৰি দিব আৰু link টো share কৰি দিব আৰু সেই link টোৰ পৰা যিকোনো ব্যক্তিয়ে Files, Media আদি ব্যৱহাৰ কৰিব পাৰিব| যিয়ে আপোনাৰ files টোৰ link টো পায় | তেন্তে আপুনি Google Drive টো নিশ্চয় ব্যৱহাৰ কৰি চাব পাৰে৷

Conclusion:- 

যদি আপুনিও এজন blogger হয় তেন্তে আপুনি এই কেইটা apps নিশ্চয় ব্যৱহাৰ কৰি চাব পাৰে৷ এই apps কেইটা ব্যৱহাৰ কৰি আপুনি অতি সহজে আপোনাৰ Blogging ৰ কাম বোৰ কৰি লব পাৰিব | ধন্যবাদ "

0 Response to "10 Useful Android Apps for Blogging in Assamese || ASSAM SUPPORT ||"

Post a Comment

Top Ads

Middle Article Ads

Middle Article Ads

Bottom Article Ads