
5 Tips to Keep Adsense Account Safe in Assamese~ Asaam Support
5 Tips to Keep Adsense Account Safe হে বন্ধুসকল স্বাগতম জনাও আমাৰ এই ৱেবচাইট তথা ব্লগ assamsupport.com লৈ | আজি এই পষ্টটোত মই আপোনালোকক Adsense Account বচাই থবলৈ 10 টা বিশেষ প্ৰয়োজনীয় কথা উল্লেখ কৰিম যিকেইটা মানি যদি আপুনি আপোনাৰ Adsense account টো ব্যৱহাৰ কৰে তেন্তে আপোনাৰ Adsense account ৰ কোনোধৰনৰ ক্ষতি নহয় |
5 Tips to Keep Adsense Account Safe
#1. CTR Problem
বেছিভাগ Adsense User ৰ CTR বঢ়াৰ ফলত Adsense account disabled হোৱা দেখা যায় | CTR ৰ সমস্যা ৰোধ কৰাৰ আগতে আমি বুজিব লাগিব যে CTR কেনেকৈ বাঢ়ে | Adsense account টোত ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে Page CTR আৰু Impression CTR এই দুই প্ৰকাৰৰ CTR দেখা পোৱা যায় | Page View ত কৈ যেতিয়া click বেছি হয় তেতিয়া CTR বাঢ়ে | যদি এটা page view ত এটা click হয় তেতিয়া CTR 100% হোৱা দেখা যায় থিক সেইদৰে 10 টা page view ত 1 টা click হলে CTR 10% হোৱা দেখা যায় |
যেতিয়া CTR 10% ৰ পৰা বাঢ়ি যায় তেতিয়া CTR ৰ সমস্যা হৈছে বুলি কব পাৰি | একেৰাহে কিছুদিন CTR বাঢ়ি গৈ থাকিলে আপোনাৰ ADSENSE ACCOUNT ৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে |
ইয়াৰ পৰা বাছিবলৈ প্ৰতি দিনে এবাৰকৈ Adsense account টো check .কৰিব লাগে আৰু যেতিয়াই CTR বঢ়া যেন লাগে আপোনাৰ ৱেবচাইট, ব্লগ বা youtube channel ৰ পৰা Ads খিনি বন্ধ কৰি দিব লাগে | আকৌ যেতিয়া CTR কমি যাব তেতিয়া Ads খিনি আকৌ লগাই দিলেই হল |
আকৌ যদি একেৰাহে কিছুদিন CTR. বাঢ়ি গৈ থাকে তেন্তে blog, website, YouTube ৰ পৰা Adsense ৰ Ads খিনি বন্ধ কৰি Adsense ক ইয়াৰ বিষয়ে জাননী দিব লাগে |
#2. Multiple adsense
যদি আপোনাৰ ওচৰত আগৰ পৰাই এটা adsense account আছে তেতিয়া আপুনি আকৌ বেলেগ adsense account ৰ বাবে Apply নকৰিব | adsense ৰ মতে এজন ব্যক্তিয়ে মাত্ৰ এটা adsense account হে ৰাখিব পাৰে | যদি আপোনাৰ ওচৰত দুটা adsense account আছে তেন্তে আপুনি এটা Adsense account বন্ধ কৰি দিব পাৰে আৰু যদি দুয়োটা ব্যৱহাৰ কৰা হয় তেন্তে কেতিয়াবা অকস্মাৎ যিকোনো এটা Adsense account বন্ধ কৰি দিব পাৰে বা কোনো কোনো ক্ষেত্ৰত দুয়োটা Adsense account য়েই বন্ধ কৰি দিয়া হয় |
এটা Adsense account ত বহুতখিনি Blog, website আৰু YouTube আৰু Apk ৰ ব্যৱহাৰ কৰিব পৰা যায় |
যদি আপোনাক এটাতকৈ বেছি Adsense account লাগে বুলি ভাবে তেন্তে আপুনি আপোনাৰ ঘৰৰ কাৰোবাৰ নামত adsense ৰ কাৰণে আৱেদন কৰিব পাৰে আৰু মনত ৰাখিব যে যাৰ নামত আবেদন কৰে তেওঁ 18 বছৰতকে বেছি হয় আৰু " passport, voter card, pan card " বা আন কোনো ধৰণৰ চৰকাৰী প্ৰমাণ পত্ৰ থাকে |
#3. Individual views and click
নিজৰ Adsense Account টোত নিজে Ads বোৰত ক্লিক কৰিলে Adsense Account Suspend হোৱাৰ সম্ভাৱনা থাকে আৰু নিজৰ বেৱচাইট ব্লগ টো Adsense Approval হোৱাৰ পাছত নিজে বেচিকৈ চালেও আপোনাৰ Adsense account টো suspend হোৱাৰ সম্ভাৱনা থাকে | যদি আপোনাৰ ব্লগ টোত বেছি visitors নাহে তেতিয়া আপুনি যিমান পাৰে কম কৈ Ads ব্যৱহাৰ কৰিব লগতে পৰাপক্ষত যিমান পাৰে নিজৰ ব্লগ টো নিজে চাবলৈ চেষ্টা নকৰিব | YouTube ৰ ক্ষেত্ৰতো ঠিক একেই নিজৰ video নিজে চাবলৈ চেষ্টা নকৰিব |
#4. Inappropriate Content
যদি আপুনি আপোনাৰ ব্লগত Adsense ৰ Term and policy নামানি Article publish কৰে তেন্তে আপোনাৰ Adsense account টো suspend কৰি দিব পাৰে | এবাৰ ব্লগ টোত Adsense approved লৈ লোৱা পাছতো blog টোত Adsense policy violence কৰি article publish কৰিব নালাগে |
#5. Pin, Identify Verification
যদি আপোনাৰ Adsense account টো Aproved হৈ গৈছে আৰু $10 হোৱা নাই আৰু pin, identity verify কৰা হোৱা নাই তেন্তে আপুনি varify কৰোতে সাৱধানতা অৱলম্বন কৰিব লাগে | verify কৰোতে যদি আপুনি কোনো ধৰণৰ ভুল তথ্য আৰু ভুল pin দি দিয়ে তেন্তে আপোনাৰ Adsense account টো suspend কৰি দিব পাৰে |
Conclusion:-
যদি আপুনি এই কেইটা Tips Follow কৰি আপোনাৰ Adsense Account টো ব্যৱহাৰ কৰে তেন্তে মই আপোনাৰ Adsense account টো 99% Safe থাকিব চিৰদিনৰ কাৰণে |
0 Response to "5 Tips to Keep Adsense Account Safe in Assamese~ Asaam Support"
Post a Comment